নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ চেপ্পাত ভয়ংকৰ ভূমিস্খলন ত ৭জনৰ মৃত্যু

অৰুণাচলৰ চেপ্পাত ভয়ংকৰ ভূমিস্খলন ত ৭জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ মে’ : অৰুণাচলৰ বানা-চেপ্পা পথত হোৱা এক বৃহৎ ভূমিস্খলনে ৭জন লোকক উটুৱাই লৈ যায় আৰু গভীৰ দ ঠাইত ডুব যায়। চেপ্পা অভিমুখে গৈ থকা অৱস্থাত অবিৰত বৰষুণৰ ফলত ভূমিস্খলন হয়। খবৰ অনুসৰি উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে ৭টা মৃতদেহ।

নিহত হৈছে সাতজনৰ নামসমূহ : শংকৰ আকা ওৰফে সঞ্জু বাদী (৩৫ ), তাছুম বাদী , কাছুং বাদী (৫), নিছা বাদী (২) আৰু দুটি শিশুসহ এগৰাকী গৰ্ভৱতী মহিলা।

You might also like