ধূপধৰাত বনৰীয়া হাতীৰ সন্ত্ৰাস
নিয়মীয়া বাৰ্তা, ২৩ জুনঃ গোৱালপাৰা জিলাৰ ধূপধৰাত নিশা দুটাকৈ বনৰীয়া হাতীয়ে তাহেৰ আলী নামৰ লোক এজনৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। জানিব পৰা মতে, যোৱানিশা দহ মান বজাত ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত তথা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা কলিতাপাৰা…