নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ৰ অভিযানত জব্দ কাঠৰ কুণ্ডাভৰ্তি বাহন

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ পশ্চিম কামৰূপৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ছমৰীয়া বৰালিমাৰাত বন বিভাগৰ অভিযানত কালি নিশা মূল্যবান গমাৰি গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলে | গোপন খবৰৰ ভিত্তিত নিশাৰ ভাগত পশ্চিম…

পাটনাত বিৰোধীৰ সভা এক ফটো ছেছনহে

বিশেষ বাৰ্তা, ২৪ জুনঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ আমন্ত্ৰণত শুকুৰবাৰে পাটনাত বিৰোধী দলসমূহৰ সমাৱেশ অনুষ্ঠিত হয়। ইয়াৰ মাজতে ২০২৪ চনত প্ৰধানমন্ত্ৰী মোদীৰ ৰথ বন্ধ কৰাৰ বাবে এজেণ্ডা প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হৈছিল। বিৰোধী দলৰ বৈঠকত সকলো…

মুম্বাইত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

বিশেষ বাৰ্তা, ২৪ জুনঃ সমগ্ৰ দেশতে বতৰৰ ভিন্ন পৰিস্থিতি চলি আছে। ক’ৰবাত বৰষুণ আৰু ক’ৰবাত গৰম। এনে পৰিস্থিতিত মুম্বাইবাসীৰ বাবে এটা ভাল খবৰ আহিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি দক্ষিণ-পশ্চিম চহৰখনত বাৰিষা হোৱাৰ সম্ভাৱনা আছে। কিন্তু যোৱা…

শিক্ষাৰ্থীক ভৱিষ্যতৰ বাট-পথ দেখুৱাই দিয়াটোহে শিক্ষাগুৰুৰ সফলতা- বকোত শিক্ষামন্ত্ৰী ডাঃ পেগু

নিয়মীয়া বাৰ্তা, ২৪‌ জুনঃ কামৰূপ জিলাৰ জ্ঞানৰ পোহৰ বিলোৱা উচ্চ শিক্ষাৰ অনুষ্ঠান জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোত শনিবাৰে অনুষ্ঠিত হয় অসম কলেজ অধ্যক্ষ পৰিষদৰ বাৰ্ষিক সাধাৰণ সভা। বাৰ্ষিক সাধাৰণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে…

মাৰ্ঘেৰিটা গণেশ মন্দিৰত চোৰৰ চাফাই অভিযান

নিয়মীয়া বাৰ্তা, ২৩ জুনঃ মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱ প্ৰাঙ্গনত থকা গনেশ মন্দিৰত চোৰে চলালে চাফাই অভিযান। মন্দিৰ কমিটিৰ মানুহ মন্দিৰত উপস্থিত হোৱাত তলাৰ লগতে মন্দিৰৰ আচবাব ভঙা দেখা পাই হুৱাদুৱা লগায়। বাহিৰত থকা দানপাত্ৰটো নেদেখি চোৰ হোৱাৰ কথা…

শিৱসাগৰৰ দলঙত ফাট : ঠিকাদাৰ চামচুদ্দিনৰ কাৰ্য্যক লৈ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ২৩ জুনঃ যোগাযোগৰ ক্ষেত্ৰত সদায়েই এক গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰি অহা ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ একাংশ দুৰ্ণীতি পৰায়ণ ঠিকাদাৰে বিশ্বাসযোগ্য নিৰ্মাণৰ পৰিৱৰ্তে য'তে ত'তে মৰণ ফাণ্ড সদৃৰ্শ নিৰ্মাণহে চলাই আহিছে ৷বিশেষকৈ একাংশ…

অসম-অৰুণাচল সীমান্তত পাহাৰীয়া নৈৰ তাণ্ডৱত ত্ৰস্ত ৰতনপুৰ-চিমলাগুৰিবাসী

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ অসম-অৰুণাচল সীমান্তবৰ্তী দুখনকৈ গাঁৱৰ জনসাধাৰণ পাহাৰীয়া খৰস্ৰোতা নৈৰ তাণ্ডৱত ত্ৰস্তমান হৈ পৰিছে। উল্লেখ্য যে শোণিতপুৰ আৰু লখিমপুৰ সীমামূৰীয়া ৰতনপুৰ আৰু চিমলাগুৰি অঞ্চলৰ কেইবাবিঘা মাটি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে।…

অন্তঃসত্ত্বা বান্ধৱীক প্রৱঞ্চনা কৰি ক্ষমা প্রার্থনা নেইমাৰৰ

বিশেষ বাৰ্তা, ২৪ জুনঃ খেলপথাৰৰ ভিতৰে–বাহিৰে সদায় শিৰোনাম দখল কৰি আহিছে ব্রাজিলিয়ান তাৰকা ফুটবলাৰ নেইমাৰে ৷ এইবাৰ তেওঁ ৰাজহুৱাভাৱে ক্ষমা বিচাৰি সকলোকে চমক দিছে ৷ তাৰকাগৰাকীৰ বান্ধৱী এতিয়া অন্তঃসত্ত্বা ৷ সেই বান্ধৱীক প্রৱঞ্চনা কৰাৰ বাবে ক্ষমা…

বানৰ সুযোগ লৈ মহানগৰীত গ্রাহকক মাধমাৰ

📌 পাচলিৰ অস্বাভাৱিক দামবৃদ্ধি বিশেষ বাৰ্তা, ২৪ জুনঃ ৰাজ্যত বানে সংহাৰী ৰূপ লোৱাৰ পৰিপ্রেক্ষিতত শাক–পাচলি উৎপাদনত ব্যাঘাত জন্মাৰ লগতে বজাৰৰ ওপৰতো নেতিবাচক প্রভাৱ পৰিছে৷ বান–বিভীষিকাৰ গইনা লৈ অসাধু ব্যৱসায়ী চক্রই শাক–পাচলিৰ দামবৃদ্ধিৰে…

পাঁচ অসমীয়ালৈ সাহিত্য অকাডেমিৰ যুৱ–শিশু সাহিত্য বঁটা

বিশেষ বাৰ্তা, ২৪ জুনঃ নিৰাশাৰ মাজতে আশাৰ ৰেঙনি লৈ অসমৰ সাহিত্য জগতলৈ সুখবৰ কঢ়িয়াই আনিলে পাঁচ অসমীয়াই৷ কালি ঘোষিত সাহিত্য অকাডেমিৰ যুৱ আৰু শিশু সাহিত্য শিতানত পুৰস্কাৰপ্রাপ্তিৰে ৫গৰাকী অসমীয়াই ৰাজ্যখনৰ নাম উজলাই তুলিলে ৷ সাহিত্য অকাডেমিয়ে…