নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আটলাণ্টিকৰ বক্ষৰ পৰা ৩০ মিনিটৰ ব্যৱধানত আহিছে শব্দ

🔷 টাইটানৰ সন্ধান পোৱা নাই উদ্ধাৰকাৰী দলে বিশেষ বাৰ্তা, ২২ জুনঃ আৰু মাত্র ৩০ ঘণ্টাৰ অক্সিজেন অৱশিষ্ট আছে টাইটান নামৰ ছাবমেৰিনখনত৷ বিখ্যাত টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ পর্যটকক লৈ গৈ সন্ধানহীন হোৱা ছাবমেৰিনখন বিচাৰি উলিয়াবলৈ উদ্ধাৰকাৰীসকলে…

ইণ্ডিগো এয়াৰলাইনে ক্রয় কৰিব ৫০০ নতুন বিমান

বিশেষ বাৰ্তা, ২২ জুনঃ ফ্রান্সৰ ৰাজধানী পেৰিছত উৰণ সংস্থা ইণ্ডিগো আৰু এয়াৰবাছৰ মাজত এক ‘এয়াৰ শ্বো’ আৰম্ভ হৈছে৷ আৰম্ভণিৰ দিনাখনেই ভাৰতীয় উৰণ সংস্থা ইণ্ডিগো এয়াৰ লাইনৰ তৰফৰ পৰা এয়াৰবাছৰ সৈতে এক গুৰুত্বপূর্ণ চুক্তি স্বাক্ষৰ কৰা হৈছে৷ এই চুক্তি…

অম্বুবাচী, বিশ্বাস আৰু তাৎপর্য

🔹 ডাঃ প্রফুল্ল ডেকা আহাৰমহীয়া আর্দ্রা নক্ষত্রৰ প্রথম পাদত সূর্যৰ অৱস্থিতিৰ কালছোৱাকে অম্বুবাচী বা আমতি হিচাপে জনাজাত, আমতিৰ ষাঁঠ বুলিও আমাৰ অসমীয়া ভাষাত জনা হয়৷ একান্নপীঠৰ অন্যতম আৰু শ্রেষ্ঠতম শক্তিপীঠ হিচাপে গণ্য কৰা কামৰূপৰ নীলাচল পাহাৰত…

কান্ধত গামোচা লৈ ৰাষ্ট্রসংঘৰ মুখ্য কার্যালয়ৰ সেউজ দলিচাত মোদীৰ যোগ

🔹 আন্তঃৰাষ্ট্রীয় যোগ দিৱসতো প্রধানমন্ত্রীয়ে উজলালে অসমৰ স্বাভিমান বিশেষ বাৰ্তা, ২২ জুনঃ আমেৰিকা যুক্তৰাষ্ট্রত উজলিল অসমীয়াৰ স্বাভিমান গামোচা৷ নিউয়র্কস্থিত ৰাষ্ট্রসংঘৰ মুখ্য কার্যালয়ত আয়োজিত নৱম আন্তঃৰাষ্ট্রীয় যোগ দিৱসৰ নেতৃত্ব দি…

ৰাজনৈতিক মানচিত্রত মহিলা

আধুনিক বিশ্বত নাৰী আৰু পুৰুষ সমান৷ পুৰুষৰ সমানে নাৰী আগবাঢ়ি আছে৷ সামাজিকৰ পৰা অর্থনৈতিক, ক্রীড়াৰ পৰা ৰাজনৈতিক ক্ষেত্রখনলৈ পুৰুষৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈছে নাৰী৷ বিশ্বজুৰি ৰাজনৈতিক সিদ্ধান্ত গ্রহণকাৰী পদবীতো অনেক মহিলা অধিষ্ঠিত হৈ আছে৷…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ জুন, আহাৰ মাহৰ ৬ তাৰিখ বৃহস্পতিবাৰঃ তিথি–শুক্লা চতুর্থ, নক্ষত্রঃ অশ্লেষা, যাত্রাঃ পাপযোগ মেষঃ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৭ ৷ সুখ–সমৃদ্ধি বৃদ্ধি হ’ব ৷ টকা–পইচাৰ অভাৱ দূৰ হ’ব ৷ কু–গ্রহৰ প্রভাৱে সন্তানৰ ক্ষতি কৰিব পাৰে ৷ বৃষঃ শুভ…

আমেৰিকাত মোদী : নিউয়র্কত ভাৰতমাতা কী জয়-বন্দে মাতৰম ধ্বনি

বিশেষ বাৰ্তা, ২১ জুনঃ ৰাষ্ট্রসংঘৰ মুখ্য কার্যালয় মুখৰিত হ’ল ভাৰত মাতা কী জয় আৰু বন্দে মাতৰম ধ্বনিৰে৷ ৰাষ্ট্রসংঘৰ দ্বাৰা আয়োজিত আন্তঃৰাষ্ট্রীয় যোগ দিৱসক নেতৃত্ব দিবলৈ আজি মুখ্য কার্যালয়তোৰ ল’নত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আগমন ঘটাৰ লগে লগেই…

অনুত্তীর্ণক নিযুক্তি : ৰাজ্যিক সংগ্রহালয়ৰ উচ্চবৰ্গৰ সহায়ক কোষেশ্বৰ বড়োক নিলম্বন

👉বুকিং এছিছটেণ্টৰ পদত ধনৰ লেনদেন। 👉সঞ্চালক ৱাই এছ ৱেলিংটনৰ পৃষ্ঠপোষকতাত নিযুক্তি। বিশেষ বার্তা, ২০ জুনঃ ব্যাপক অনিয়ম আৰু দুর্নীতিৰে অসম ৰাজ্যিক সংগ্রহালয় সঞ্চালকালয়ত চতুর্থবর্গৰ পদৰ নিযুক্তিত জড়িত থকাৰ অভিযোগত উচ্চবর্গৰ সহায়ক কোষেশ্বৰ…

হায় ! মাজুলীত এম্বুলেঞ্চৰ সলনি ঠেলাৰে চিকিৎসালয়লৈ ৰোগী

নিয়মীয়া বাৰ্তা, ২১ জুন : মাজুলীৰ যাতায়ত ব্যৱস্থাৰ পৰিৰ্বতন সাধনৰ বাবে চৰকাৰখনে ন- ন আঁচনি যুগুত কৰি গাঁৱে-ভূঞে বহু পথৰ পকীকৰণৰ কাম চলাই আছে মাজুলীৰ বহু ভিতৰুৱা পথৰ তথৈবচ অৱস্থাই সকলোৰে চকু কপালত তুলাইছে। এতিয়াও উন্নত হোৱা নাই বহু ভিতৰুৱা…