নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত নতুন এছ পি কাৰ্যালয় উদ্বোধন

বিশেষ বাৰ্তা, ২১জুনঃ  ডিব্ৰুগড়ত আৰক্ষী অধীক্ষকৰ নতুন অত্যাধুনিক কাৰ্যালয়টো কালি বিয়লি উদ্বোধন কৰা হয়। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে চহৰখনৰ কেচি গগৈ পথৰ (ষ্টেট বেংকৰ সন্মুখত) থানা চাৰিআলি অঞ্চলত চহৰৰ মাজমজিয়াত নিৰ্মাণ কৰা নতুন ভৱনটো…

আমেৰিকাত মোদীৰে বৈঠক ‘অনুৰাগী’ ইলন মাস্কৰ

🔷 ভাৰতত দ্ৰুত বিনিয়োগৰ আশ্বাস বিশেষ বাৰ্তা, ২১ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণৰ আৰম্ভণিতে টেছলাৰ মুৰব্বী ইলন মাস্কৰ সৈতে বৈঠকত মিলিত হয়। নিউয়ৰ্কত অনুষ্ঠিত হোৱা এই বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি ইলন মাস্কে ভাৰতৰ…

বালিপৰা চাহ বাগিচাত ৰথযাত্ৰা

নিয়মীয়া বাৰ্তা, ২১ জুনঃ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কালি শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ লোক্ৰাৰ বালিপৰা চাহ বাগিচাত ৰথযাত্ৰা অনুষ্ঠান সম্পন্ন হয় । বালিপৰা চাহ বাগিচাত অনুষ্ঠিত হোৱা ৰথযাত্ৰা অনুষ্ঠানৰ কাৰ্যসূচীৰ শুভাৰম্ভ…

কালদিয়া-পহুমৰাৰ বাঢ়নী পানীত জলমগ্ন বিস্তীৰ্ণ অঞ্চল

নিয়মীয়া বাৰ্তা, ২১ জুনঃ যোৱা কেইবাদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত কালদিয়া আৰু পহুমৰা নৈ ফেনে ফোটোকাৰে বাঢ়ি আছে। ইতিমধ্যে নৈৰ দাঁতিকাষৰীয়া অঞ্চলসমুহ জলমগ্ন হৈ পৰিছে । বাক্সা জিলাৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত ভেৱলা কেওট চুপা, জ্যোতিনগৰ,…

আগন্তুক বর্ষৰ ১৪ জানুৱাৰীত মুকলি অযোধ্যাৰ ৰাম মন্দিৰ

🔹নির্মাণ কমিটীয়ে উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্রণ জনাব প্রধানমন্ত্রী মোদীক বিশেষ বাৰ্তা, ২১ জুনঃ পূর্বেই ঘোষণা কৰা হৈছিল, ২০২৪ৰ লোকসভা নির্বাচনৰ আগে আগে মুকলি কৰা হ’ব বহু প্রতীক্ষিত অযোধ্যাৰ ৰাম মন্দিৰ৷ তিনি মহলীয়া মন্দিৰৰ প্রথম মহলাৰ সকলো কাম…

পূর্বতকৈ ৬৫ শতাংশ দ্রুতগতিত গলিছে হিমবাহ

🔹 হিমালয়ত গোলকীয় উষ্ণতাৰ ভয়াৱহ প্রভাৱ, ব্রহ্মপুত্রসহ ১০ নদীৰ ভৱিষ্যৎ অনিশ্চিত বিশেষ বাৰ্তা, ২১ জুনঃ হিমালয়ৰ হিমবাহ গলি আছে দ্রুতগতিত৷ সেই গলনৰ গতি ইমানেই দ্রুত যে এটাৰ পাছত এটাকৈ হিমবাহৰ অস্তিত্ব বিলুপ্ত হৈছে৷ এই সম্পর্কীয় বিভিন্ন সমীক্ষাৰ…

বিনোদন উদ্যোগৰ ভৱিষ্যৎ

শেহতীয়াভাৱে এখন অসমীয়া চিনেমাই বক্স অফিচত ভাল ফল প্রদর্শন কৰিছে আৰু এই কথাটোৱে বিনোদন উদ্যোগৰ লগত জড়িত লোকসকলৰ মনলৈ উদ্দীপনা বহন কৰি আনিছে৷ যোৱা কেইটামান বছৰত বিগ বাজেটৰ কেইবাখনো ছবিয়ে ভাল ব্যৱসায় কৰিছে বাবে এটা কথা উদ্যোগটোৰ লগত জড়িত…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ জুন, আহাৰ মাহৰ ৫ তাৰিখ বুধবাৰঃ তিথি–শুক্লা তৃতীয়, নক্ষত্রঃ পূষ্যা, যাত্রাঃ নাই মেষঃ ব্যৱসায়ৰ ক্ষেত্রত খৰচ বৃদ্ধি ৷ পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে ৷ কামৰ চাপ বৃদ্ধি হ’ব ৷ স্ত্রীৰ লগত অলপ বিবাদ হ’ব ৷ শুভ ৰং নীলা ৷ শুভ সংখ্যা ২ ৷…

ঘিলামৰাত আদৰ্শ বিদ্যালয় উদ্বোধন মন্ত্রী অতুল বৰাৰ

নিয়মীয়া বাৰ্তা, ২০ জুন : লখিমপুৰ জিলাৰ ঘিলামৰা বালিয়নিস্থিত ঘিলামৰা পাব্লিক স্কুলক আজি আদৰ্শ বিদ্যালয় হিচাপে আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে অসম চৰকাৰাৰ ক্‌ষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা আদিৰ কেবিনেট মন্ত্রী তথা লখিমপুৰ জিলাৰ…