স্বাস্থ্যৰক্ষাত উপকাৰী Rock salt
ৰন্ধন প্রণালীত ব্যঞ্জনৰ সোৱাদ বঢ়াবলৈ নিমখ অত্যন্ত প্রয়োজনীয়৷ সকলো মচলা দিয়া সত্ত্বেও যিখন ব্যঞ্জনত নিমখ নাই সকলো মিছা৷ নিমখেহে আঞ্জাৰ সোৱাদ বঢ়ায়৷ এই ৰন্ধন প্রক্রিয়াত সকলোৱে সাধাৰণ নিমখহে ব্যৱহাৰ কৰে৷ কিন্তু মনত ৰখা দৰকাৰ যে অত্যধিক নিমখ…