বঙাইগাঁৱত দ্য কেৰালা ষ্টোৰী উপভোগ পশ্চিমবংগৰ দৰ্শকৰ
বিশেষ বাৰ্তা, ১৫ মেঃ বঙাইগাঁৱৰ নিকটৱৰ্তী চাপাগুৰীস্থিত ইউনিভাৰচেল ষ্টুডিঅত আজি দ্যা কেৰেলা ষ্টোৰী নামৰ চিনেমা চাবলৈ আহিল চুবুৰীয়া ৰাজ্যৰ পৰা আহিল শতাধিক লোক ৷ দ্যা কেৰেলা ষ্টৰী চাবলৈ পশ্চিম বংগৰ পৰা অসমলৈ আহিল শতাধিক লোক ৷ চুবুৰীয়া…