নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংগ্রাম দীঘলীয়া হ’ব

নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীত বিগত কুৰিদিন ধৰি উত্তাল হৈ আছে ৰাজ্যখনৰ ব্রহ্মপুত্র উপত্যকাৰ অধিকাংশ অঞ্চল৷ গণহুংকাৰ, বজ্রনিনাদ, গণ সমাৱেশ, জোঁৰ সমদল আদিয়ে সৃষ্টি কৰিছে আন্দোলনমুখৰ পৰিস্থিতি৷ লোকসভা আৰু ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী…

ছোনিয়া গান্ধীয়ে কিয় প্রদান কৰা নাই আনুষ্ঠানিক বিবৃতি

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ জনতা দল (ইউনাইটেড)ৰ উপ–সভাপতি প্রশান্ত কিশোৰে ৰাষ্ট্রীয় নাগৰিকপঞ্জী সন্দর্ভত কংগ্রেছৰ অন্তর্ৱর্তী সভাপতি ছোনিয়া গান্ধী নিমাত থকাক লৈ প্রশ্ণ উত্থাপন কৰিছে৷ এ এন আইৰ সৈতে এক সাক্ষাৎকাৰত প্রশান্ত কিশোৰে কয়– ‘যদি…

২৮,৩২৭ বর্গ কিলোমিটাৰলৈ বৃদ্ধি অসমৰ বনাঞ্চল

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ প্ৰকৃতিপ্ৰেমীসকলৰ বাবে সুখবৰ । অসমত বৃদ্ধি পাইছে বনভূমি । সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে উন্মোচন কৰা ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ'ৰ্ট, ২০১৯ শীৰ্ষক প্ৰতিবেদনত উন্মোচিত…

ছ’চিয়েল মিডিয়াত ‘কা’ৰ সমর্থনত প্রচাৰ মোদীৰ

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত নতুন নাগৰিকত্ব সংশোধনী আইনক লৈ প্রতিবাদ অব্যাহত থকাৰ সময়তে আজি এই আইনখনৰ সমর্থনত ছ’চিয়েল মিডিয়াত প্রচাৰ অভিযান আৰম্ভ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ আইনখনক লৈ বিভিন্ন ৰাজহুৱা…

ৰাজ্যৰ আৰক্ষী–প্রশাসনত সালসলনি

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ অসম চৰকাৰে সোমবাৰে ৰাজ্যিক প্রশাসনৰ লগতে আৰক্ষী প্রশাসনত কিছু সালসলনি ঘটাইছে৷ পার্ছনেল বিভাগে এক নির্দেশযোগে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব আৰু অসম প্রশাসনীয় ট্রিবিউনেলৰ অধ্যক্ষ ৰাজীৱ কুমাৰ বৰাক অতিৰিক্তভাৱে বিত্ত,…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বৃদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব৷ সাহস আৰু দক্ষতা সমভাৱে লাভ কৰি উপকৃত হ’ব৷ কর্মস্থানত আনন্দ৷ প্রেমত আনন্দ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭ বৃষঃ বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব৷ বিয়া–বাৰু…

‘কেব’ বিৰোধেৰে আৰম্ভ হোৱা বছৰটো শেষ হ’ল ‘কা’ বিৰোধিতাৰে

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ চকুৰ প্ৰচাৰতে শেষ হ'ল আৰু এটা বছৰ । ইংৰাজী ২০১৯ বৰ্ষটোৰ আজি অন্তিমটো দিন । আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই আৰম্ভ হ'ব নৱবৰ্ষ ২০২০ । পিচে এই ২০১৯ বৰ্ষটো অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে অতিশয় উদ্বেগৰ বৰ্ষ হিচাপে…

অসমৰ ছ’চিয়েল মিডিয়াত শেনচকু গৃহ মন্ত্রালয়ৰ; বিশেষ গোট গঠন

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ সাৱধান ! নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিবলৈ গৈ আপুনি যদি ছ’চিয়েল মিডিয়াত চৰকাৰ বিৰোধী মন্তব্য কৰিছে, তেন্তে আপোনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কেন্দ্ৰই । আপোনাৰ পাছত লগাই দিব স্থানীয় চোৰাংচোৱাক৷…

ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰা ৬ বিষয়াক বদলি

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ ‘কা’বিৰোধী প্রতিবাদক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য দি বদলিৰ সন্মুখীন হ’ল ৰাজ্য প্রশাসনৰ ছগৰাকীকৈ এ চি এছ বিষয়া৷ প্রতিবাদী আন্দোলনৰ মাজতে চৰকাৰক অস্বস্তিত পেলাই বিষয়াকেইগৰাকীয়ে…

জেনেৰেল বিপিন ৰাৱাট হ’ব দেশৰ প্ৰথমজন চীফ অৱ ডিফেন্স ষ্টাফ

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃদেশৰ প্ৰথমজন চীফ অৱ ডিফেন্স ষ্টাফ চমুকৈ চিডিএছ হিচাপে নিযুক্তি দিয়া হৈছে সেনাবাহিনীৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱাটক । তিনি বছৰীয়া কাৰ্যকাল আজি সামৰণি পৰাৰ পূৰ্বে সেনাবাহিনীৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱাটক দেশৰ…