নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনকাউণ্টাৰত মৃত্যু ৩ হিজবুল মুজাহিদীনৰ সদস্য

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ সোমবাৰে জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হয় ৩ দুৰ্ধৰ্ষ হিজবুল মুজাহিদীনৰ সদস্য । ইয়াৰে এজন উচ্চ পৰ্যায়ৰ কেডাৰ আৰু আন দুজন হৈছে মুজাহিদীনৰ সদস্য । জম্মু আৰু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলৱাগ সিঙে…

আজি কিয় মনোনয়ন দাখিল কৰা নহ’ল অৰবিন্দ কেজৰিৱালৰ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী অৰবিন্দ কেজৰিৱালে এক বিশাল ৰোড শ্ব'ৰ মাজেৰে মনোনয়ন দাখিল কৰিবলৈ যায় যদিও মনোনয়ন দাখিল কৰা নহ'ল কেজৰিৱালৰ । এই…

BOX OFFICE ত তানহাজীৰ আধিপত্য, দীপিকাৰ ‘চাপাক’ৰ হৈছে দুৰ্গতি

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ বলিউডত একেদিনাই মুক্তি লাভ কৰা অজয় দেৱগন অভিনীত তানহাজী আৰু দীপিকা পাডুকনৰ অভিনীত চাপাকক লৈ বৰ্তমান সকলো ছবিপ্ৰেমীৰে মাজত চৰ্চা লাভ কৰিছে । মুক্তিৰ প্ৰথম দিনৰ পৰায়ে তানহাজীঃ দ্যা আনছাংগ ৱাৰিয়ৰ ছবিখনক দৰ্শকে…

অষ্ট্ৰেলিয়াৰ পাছত এইবাৰ সমুখসমৰত নিউজিলেণ্ড, কি হ’ব কোহলিৰ নতুন ৰণকৌশল

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ অষ্ট্ৰেলিয়াৰ সৈতে ঘৰৰ মাটিত অনুষ্ঠিত এদিনীয়া শৃংখলাত ২-১ ৰে বিজয় হোৱাৰ পাছত এইবাৰ টীম ইণ্ডিয়াৰ সন্মুখিন হ'ব আন এক পৰাক্ৰমী দল নিউজিলেণ্ডৰ । ইতিমধ্যে নিউজিলেণ্ড ভ্ৰমণত যাবলগীয়া ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ বাচনি…

৬৭ টা বন্দুক আৰু ২ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ সোমবাৰে দিল্লী আৰক্ষীয়ে দুই বন্দুক সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰা এই দুই সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰে ৬৭ টা ভিন্ন ধৰণৰ বন্দুক ।

বিশাল ৰোড শ্ব’ৰে মনোনয়ন দাখিল অৰবিন্দ কেজৰিৱালৰ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে সোমবাৰে এক বিশাল ৰোড শ্ব'ৰ মাজেৰে দাখিল কৰে মনোনয়ন পত্ৰ । আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনত নতুন দিল্লী বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা…

খেলো ইণ্ডিয়াত ১৩টা সোণৰে সপ্তম স্থানলৈ উন্নীত অসম

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ খেলো ইণ্ডিয়াৰ অসমৰ অগ্ৰগতি অব্যাহত। ১৩টা সোণ, ১৩টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ পদক জিনি দেশৰ ভিতৰতে দশম স্থানত আছে অসম। ৬০টা সোণৰ পদকৰে দেশৰ ভিতৰতে শীৰ্ষত মহাৰাষ্ট্ৰ, ৪৫টা সোণৰ পদকৰে ২য় স্থানত হাৰিয়ানা আৰু ৩০টা সোণৰ…

বিজেপিৰ পৰৱৰ্তী সভাপতি ৰূপে নিৰ্বাচিত জে পি নাড্ডা

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ সোমবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি ৰূপে বিনা প্ৰতিদ্বন্দিতাৰে জয়যুক্ত হয় জগত প্ৰকাশ নাড্ডা । সোমবাৰে অমিত শ্বাহৰ পাচত বিজেপিৰ পৰৱৰ্তী সভাপতিৰ নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া আছিল । পূৰ্বৰে পৰা পৰৱৰ্তী…

স্নায়ুতন্ত্রৰ ৰোগ নিৰাময়ৰ উপায়

ধনেশ্বৰ হুজুৰী আমাৰ মানৱ দেহৰ বিভিন্ন অংগ–প্রত্যংগত কিছুমান সুষম আৰু তেলযুক্ত পদার্থৰে পৰিপূর্ণ নলী থাকে৷ এইবোৰ বগা সূতাৰ আঁহৰ দৰে দেখা যায় আৰু ইয়াক স্নায়ু বুলি কোৱা হয়৷ এই স্নায়ুবোৰে আমাৰ দেহৰ অংগ–প্রত্যংগৰ পৰা মগজুলৈ আৰু মগজুৰ পৰা…

শীতৰ সুমিষ্ট ফল সুমথিৰা

সুমথিৰা বা কমলা টেঙা এবিধ শীতকালীন সুমিষ্ট ৰসাল ফল৷ ইয়াৰ বৈজ্ঞানিক নামCitrus Sinensis৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ মানুহে কমলা খাই ভাল পায়৷ শীতকালি ৰ’দত বহি কমলা খোৱাৰ আমেজেই সুকীয়া৷ বিশেষকৈ বনভোজৰ সময়ত প্রতিটো বনভোজ দলে কমলা নিয়াটো যেন…