নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত বনকৰ্মীৰ গুলীত আহত ৩ জন

নিয়মীয়া বাৰ্তা,১৭ নৱেম্বৰঃ গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে শনিবাৰে নিশা সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা । জিলাখনৰ মুৰফুলনী চাহবাগিচাত প্ৰৱেশ কৰা এটা বৃহত হাতীৰ জাকক খেদি পঠোৱাৰ বাবে বনকৰ্মীয়ে চলোৱা গুলীত আহত হয়…

গীতে-মাতে মুখৰ স্নেহবন্ধন

নিয়মীয়া বাৰ্তা,১৭ নৱেম্বৰঃ শনিবাৰে কৈলাশ নাথ শৰ্মা ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত স্নেহবন্ধনৰ বাৰ্ষিক দিৱস অনুষ্ঠিত হয় । অনুষ্ঠানটোৰ আৰম্ভণিতে কৈলাশ নাথ শৰ্মাৰ ফটোৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তেওঁৰ পত্নী তথা কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি…

ভগৱান ৰাম মুছলমানসকলৰ বাবেও সমানেই সন্মানীয় ব্যক্তিত্বঃ ৰামদেৱ

নিয়মীয়া বাৰ্তা,১৭ নৱেম্বৰঃ ৰাম জন্মভূমি-বাবৰি মছজিদ বিবাদৰ গোচৰ আৰু অযোধ্যাত ভগৱান ৰামৰ মন্দিৰ নিৰ্মাণ সন্দৰ্ভত ইণ্ডিয়া টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যোগগুৰু বাবা ৰামদেৱে বিতৰ্কিত মন্তব্য কৰে যে তেওঁৰ বিশ্বাস ভাৰতৰ ৯৯ শতাংশ মুছলমান…

বিনামূলীয়া হ’ব বহু ৰোগৰ চিকিৎসাঃ ধেমাজিত ডায়েলাইছিছ কেন্দ্ৰ মুকলি কৰি স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা

নিয়মীয়া বাৰ্তা,১৭ নৱেম্বৰঃ অটল অমৃত যোজনাৰ জৰিয়তে ৰাজ্যৰ ১২ বছৰৰ তলৰ শিশুৰ যিকোনো ৰোগৰ বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰৰ সুবিধাৰ লগতে ইয়াৰ জৰিয়তে এতিয়াৰে পৰা আই চি ইউত থকা ৰোগীৰ বাবে দুই লাখ টকা দিয়া হ'ব । তদুপৰি জাপানীজ এনকেফেলাইটিছ ৰোগৰ চিকিৎসাও…

চিলাপথাৰত ১৮ কোটি টকাৰ তিনিটা প্ৰকল্পৰ আধাৰশিলা মন্ত্ৰী ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা,১৭ নৱেম্বৰঃ অৰুণাচল প্ৰদেশ চৰকাৰে যদি সদিচ্ছা প্ৰকাশ কৰে আৰু অসম চৰকাৰক সহযোগিতা আগবঢ়াই, তেন্তে লিকাবালিস্থিত উত্তৰ-পূবৰ দ্বিতীয় বৃহৎ শক্তিপীঠ মালিনী থানক উল্লেখ্যযোগ্য পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব অসম চৰকাৰে । শনিবাৰে অসম…

খোৱাপানী নহয়, বৰবিহ পান কৰিছে আপুনি !

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ খোৱাপানীৰ নামত বৰবিহ পান কৰিছে গুৱাহাটীবাসীয়ে । সম্ভৱতঃ মহানগৰৰ কোনো এখন ঠাই নাই, য'ত খোৱাৰ উপযুক্ত পানী আছে । অতি উদ্বেগজনক এই কথা শনিবাৰে প্ৰকাশ কৰিছে খাদ্য আৰু যোগান মন্ত্ৰী ৰামবিলাস পাছোৱানে । উল্লেখ্য যে,…

মহানগৰীত পুনৰ দিন ডকাইতিৰ ঘটনা

গুৱাহাটীঃ মহানগৰীৰ গীতানগৰত দিন ডকাইতিৰ ঘটনা। বেংকত জমা থ'বলৈ যাওতেই এজন লোকৰ পৰা লুটিলে প্ৰায় ৬লাখ টকা। এখন নীলা ৰঙৰ পালছাৰ বাইকত আহিছিল দুৰ্বৃত্তৰ দলটো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

মহানগৰীত ম’ম’ ফেষ্টিভেল

গুৱাহাটীঃ শীতৰ আগমনৰ লগে লগে চাহিদা বৃদ্ধি পায় ম'ম'ৰ। কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠ সকলোৰেই প্ৰিয় ম'ম'। গতিকে খাদ্যৰসিক সকলোৱে বিভিন্ন সোৱাদৰ ম'ম'ৰ জুতিৰ লবৰ বাবে আয়োজন কৰা হৈছে ম'ম'ফেষ্টিভেল। শুকুৰবাৰৰ পৰা দেওবাৰলৈ খানাপাৰা পশু চিকিৎসা…

ৰাজ্যৰ শাক পাচলিৰ বজাৰত জুই

গুৱাহাটী ১৬ নৱেম্বৰঃ ক্ৰমাত আকাশলংঘী হৈছে শাক-পাচলিৰ মূল্য। সাধাৰণ জনতাই কিনিব নোৱাৰা হৈছে শাক-পাচলি। মধ্যভোগীক নিয়ন্ত্ৰণ কৰিব পৰা নাই যোগান বিভাগে। পিয়াঁজৰ মূল্য ৮০ টকালৈকে হৈছে। এই মূল্যবৃদ্ধিক নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ যোগান বিভাগ।

ইন্দোৰ টেষ্টত বৃহৎ জয় ভাৰতৰ

নিউজ ডেস্ক ১৬ নৱেম্বৰঃ ইন্দোৰত অনুষ্ঠিত ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰথম টেষ্ট ক্ৰিকেট মেচখনত ভাৰতে এক ইনিংছ আৰু ১৩০ ৰাণত জয় লাভ কৰিছে। এই জয়ৰ লগতে ভাৰতে টেষ্ট শৃংখলাত ১-০ বৃদ্ধি কৰিছে। ইন্দোৰ টেষ্টত বাংলাদেশে টছত জিকি বেটিং কৰকাৰ সিদ্ধান্ত…