গুৱাহাটীঃ মহানগৰীৰ গীতানগৰত দিন ডকাইতিৰ ঘটনা। বেংকত জমা থ’বলৈ যাওতেই এজন লোকৰ পৰা লুটিলে প্ৰায় ৬লাখ টকা। এখন নীলা ৰঙৰ পালছাৰ বাইকত আহিছিল দুৰ্বৃত্তৰ দলটো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।
Prev Post
Next Post
You might also like