নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মণিপুৰ বন্ধ; মেঘালয়ত দুদিনীয়াকৈ নৈশ পথ অৱৰোধ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ বহু বিতৰ্কিত নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক আজিৰে পৰা আৰম্ভ হোৱা শীতকালীন অধিৱেশনৰ সময়ছোৱাতে সংসদত উত্থাপন হোৱাটো নিশ্চিত হৈ পৰাৰ পাছতে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল । অসম তথা উত্তৰ-পূবাঞ্চলৰ…

নতুন দিল্লীত ছোনিয়া গান্ধীক সাক্ষাৎ শাৰদ পাৱাৰৰ

নিউজ ডেস্ক ১৮ নৱেম্বৰঃ সোমবাৰে এন চি পিৰ প্ৰমুখ শাৰদ পাৱাৰে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীক নতুন দিল্লীক সাক্ষাৎ কৰে। এই সাক্ষাৎৰ সময়ত পাৱাৰে ছোনিয়া গান্ধীৰ লগত মহাৰাষ্ট্ৰত চলি থকা শেহতীয়া ৰাজনৈতিক সংকটৰ কথা আলোচনা কৰে। আলোচনাৰ শেষত…

১ কিলো প্লাষ্টিকৰ বিনিময়ত লাভ কৰক ১ কিলো চাউল

নিউজ ডেস্ক,১৮ নৱেম্বৰঃ দেশত এককালীন ব্যৱহাৰযোগ্য প্লাষ্টিকক লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ পাচতে এজন উপায়ুক্তৰ এক বিশেষ পদক্ষেপে দেশজুৰি সৃষ্টি কৰিছে আলোড়ণ । তেলেংগানা ৰাজ্যৰ মুলুগো জিলাৰ উপায়ুক্ত চি নাৰায়ণ ৰেড্ডীয়ে এইবাৰ প্লাষ্টিক…

ঐতিহাসিক দিবা-নৈশ টেষ্টলৈ সাজু কলকাতাৰ ইডেন গাৰ্ডেন

নিউজ ডেস্ক ১৮ নৱেম্বৰঃ ভাৰতৰ মাটিত হ'বলগীয়া প্ৰথম দিবা-নৈশ টেষ্টৰ সফল আয়োজনৰ বাবে সাজু হৈ উঠিছে ইডেন গাৰ্ডেন। বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলীৰ গৃহচহৰত অনুষ্ঠিত হ'ব লগীয়া গুলপীয়া বলৰ ঐতিহাসিক মেচখনৰ বাবে ইডেনৰ উইকেট আটকধুনীয়াকৈ সজাই তুলিছে…

দলং খহি ৬ টি শিশুৰ মৃত্যু

নিউজ ডেস্ক,১৮ নৱেম্বৰঃ বিহাৰত ভয়ংকৰ ঘটনা । সোমবাৰে ৬ টি শিশুৱে এখন দলঙৰ তলত খেলি থকা অৱস্থাত সাবটি ল'বলগীয়া হয় কৰুণ মৃত্যুক । গোপালগঞ্জৰ এখন দলঙৰ তলত ওমলি থাকোতেই দলং খহি মৃত্যু হয় ছয়টি শিশুৰ ।

পোছাক সলনি হ’ল ৰাজ্যসভাৰ মাৰ্শ্বালৰ

নিউজ ডেস্ক,১৮ নৱেম্বৰঃ সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই ৰাজ্যসভাৰ সদস্যসকলে নতুন ৰূপত দেখিবলৈ পালে অধ্যক্ষৰ কাষত থকা দুয়োজন মাৰ্শ্বালক । পূৰ্বে ভাৰতীয় সাজসজ্জাৰে থকা এই দুই মাৰ্শ্বালক বৰ্তমান দেখা পোৱা গৈছে সামৰিক পোছাকত । বৰ্তমানৰ এই…

বৃহৎ জয়েৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত গোটাবায়া ৰাজ পাক্ষে

নিউজ ডেস্ক ১৮ নৱেম্বৰঃ তামিল টাইগাৰ্ছক কঠোৰ হাতেৰে দমন কৰা গোটাবায়া ৰাজপক্ষে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। দেওবাৰে ঘোষণা কৰা নিৰ্বাচনী ফলাফল অনুসৰি ৰাজপাক্ষেই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ছাজিদ প্ৰেমদাসাক পৰাভূত কৰে। প্ৰাক্তন…

বন্ধ হ’ব পাৰে আপোনাৰো ATM কাৰ্ড !

নিউজ ডেস্ক,১৮ নৱেম্বৰঃ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ বাবে এক দুখবৰ । ইটোৰ পাচত সিটোকৈ বন্ধ কৰি দিয়া হৈছে গ্ৰাহকৰ এটিএম । ইতিমধ্যে এই লৈ গ্ৰাহক সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংক । দুষ্কৃতিকাৰীয়ে একাংশ এটিএম হেক কৰাৰ তথ্য আহি পৰাৰ পাচতেই এই…

কামৰূপত নাহাৰফুটুকীৰ আক্ৰমণত আহত কৃষক

গুৱাহাটী ১৮ নৱেম্বৰঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে বন্যজন্তু আৰু মানৱ সংঘাত। সোমবাৰে পুৱাই কামৰূপ জিলাৰ দদৰাত পথাৰত কাম কৰি থকা অৱস্থাত এজন কৃষকক নাহৰফুটুকীয়ে আক্ৰমণ কৰি গুৰুত্বভাৱে আহত কৰে। কৃষক জনৰ নাম পৰমেশ্বৰ বৈশ্য। তেওঁৰ এম এম চি…

বিকিনি পিন্ধি পেট্ৰ’ল পাম্পলৈ গ’লে লাভ কৰিব ‘ফ্ৰী ইন্ধন’!

নিউজডেস্ক, ১৮ নৱেম্বৰঃ ৰাছিয়াত সংঘটিত এক ঘটনাই সম্প্ৰতি ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে । উল্লেখ্য যে ৰাছিয়াৰ চামাৰাস্থিত "অলভি গেছ ষ্টেচন" নামৰ পেট্ৰ'ল পাম্পটোৰ অধিক চাহিদা তথা উপাৰ্জনৰ বাবে স্বতাধিকাৰীয়ে কোনো ব্যক্তিয়ে বিকিনি…