নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহজ জয়েৰে শৃংখলাত অগ্রগতি টীম ইণ্ডিয়াৰ; ৭ উইকেটত পৰাস্ত শ্রীলংকা

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই মঙলবাৰে ইন্দোৰত অনুষ্ঠিত দ্বিতীয়খন টি–২০ত শ্রীলংকা দলক সাত উইকেটত পৰাস্ত কৰে৷ এই জয়েৰে তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোত ঘৰুৱা দলটোৱে ১–০ৰ অগ্রগতি লয়৷ মেচখনত সিংহলী বাহিনীয়ে জয়ৰ…

পিটচত পানী সোমোৱা কাণ্ডত জড়িত নহয় অসম ক্রিকেট

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত যোৱা দেওবাৰে ভাৰত–শ্রীলংকাৰ প্রথমখন টি–২০ত পিটচত পানী সোমোৱাৰ বাবে মেচ পৰিত্যক্ত হোৱা ঘটনাৰ সৈতে জড়িত নহয় অসম ক্রিকেট সন্থা৷ কিয়নো, মেচখনৰ টছৰ পিছত আই চি চিৰ নিয়ম অনুসৰি গ্রাউণ্ড…

মহন্তৰ নেতৃত্বত অনুষ্ঠিত বৈঠকৰ কোনো গুৰুত্ব নাই- ফণীভূষণ চৌধুৰী

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত মঙলবাৰে লক্ষ্মীৰাম বৰুৱা সদনত আয়োজিত সভাক লৈ সৰৱ হৈ উঠিল দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্রী ফণীভূষণ চৌধুৰী৷ মঙলবাৰে দুপৰীয়াৰ ভাগত অনুষ্ঠিত বৈঠক সন্দর্ভত মন্ত্রীজনে…

আছুৱে গঠন নকৰে বিকল্প ৰাজনৈতিক দল, ৰাইজে ল’ব সিদ্ধান্ত !

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাই কোনো ৰাজনৈতিক দল গঠন নকৰে । অসমত বিকল্প ৰাজনৈতিক দল গঠনক লৈ চৰ্চা চলি থকাৰ সময়তে দিল্লীৰ এখন সংবাদমেল সম্বোধন কৰি আছুৰ শীর্ষ নেতৃত্বই এই কথা স্পষ্ট কৰি দিয়ে৷ লক্ষণীয়ভাৱে সংবাদ মেলত অসমত…

দিছপুৰৰ পৰামৰ্শত পিএমঅ’য়ে বাতিল কৰিলে মোদীৰ গুৱাহাটী ভ্ৰমণ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে ‘খেলো ইণ্ডিয়া’ ৰ উদ্বোধনী অনুষ্ঠানত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ আশংকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটী ভ্ৰমণ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷…

তিহাৰ কাৰাগাৰত এনেদৰে চাৰি ধৰ্ষণকাৰীক ফাঁচিকাঠত ওলমাব মিৰাটৰ জল্লাদে…

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ দেশ কঁপোৱা নিৰ্ভয়া গণধৰ্ষণ গোচৰৰ চাৰি নৰপিশাচক ২২ জানুৱাৰীত ফাঁচিকাঠত ওলমোৱা হ’ব । আদালতৰ এই ৰায়দানক নিৰ্ভয়াৰ পৰিয়ালৰ লগতে সমগ্ৰ দেশেই আদৰণি জনাইছে । উল্লেখ্য যে তিহাৰ কাৰাগাৰৰ কোঠা নম্বৰ ২ত তিনিজন থকাৰ লগতে…

থোৰতে জানো আহক নির্ভয়া গণধর্ষণ গোচৰৰ সংক্ষিপ্ত ৰূপৰেখা-

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ দেশ কঁপোৱা নিৰ্ভয়া গণধৰ্ষণ গোচৰৰ চাৰি নৰপিশাচক ২২ জানুৱাৰীত ফাঁচিকাঠত ওলমোৱা হ'ব । আদালতৰ এই ৰায়দানক নিৰ্ভয়াৰ পৰিয়ালৰ লগতে সমগ্ৰ দেশেই আদৰণি জনাইছে । নির্ভয়া গণধর্ষণ গোচৰৰ সংক্ষিপ্ত ৰূপৰেখা- ১৬ ডিচেম্বৰ,…

আজি কৰ্তব্যত অনুপস্থিত কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰিব ৰাজ্য চৰকাৰে

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ কেন্দ্রীয় চৰকাৰৰ শ্রমিক–কৃষকবিৰোধী নীতি তথা জনবিৰোধী বিপজ্জনক আর্থিক নীতিসমূহৰ প্রতিবাদত আজি পুৱা ৬ বজাৰ পৰা ৯ জানুৱাৰীৰ পুৱা ৬ বজালৈ ৰাষ্ট্রজোৰা সাধাৰণ ধর্মঘট তথা চকা বন্ধৰ কার্যসূচী ৰূপায়ণ কৰিছে কেন্দ্রীয় ট্রেড…

আজি দেশজুৰি সাধাৰণ ধর্মঘট,চকাবন্ধঃ জীৱন যাত্রা ব্যাহত

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক-কৰ্মচাৰীবিৰোধী নীতি আৰুি নাগৰিকত্ব সোশোধনী আইনৰ প্ৰতিবাদত আজি দেশৰ ট্ৰেড ইউনিয়ন আৰু শ্ৰমিক-কৰ্মচাৰী সংগঠনসমূহে পুৱা ৬ বজাৰ পৰা ২৪ ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে৷…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ সামাজিক সুনাম হানি হোৱাৰ আশংকা৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে৷ প্রেমত নতুন প্রস্তাৱ আহিব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷ বৃষঃ স্বাধীন ব্যৱসায়ত সফলতা লাভ কৰিব৷ ঘৰুৱা দিশত ভাতৃৰ লগত মতবিৰোধে…