নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিংক টেষ্টত শতক অৰ্জন কোহলীৰ

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ ভাৰতৰ ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে বাংলাদেশৰ বিৰুদ্ধে ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈ থকা দ্বিতীয় খন টেষ্টত শতক অৰ্জন কৰিছে। ২৭ নম্বৰ টেষ্ট শতক অৰ্জন কৰাৰ লগে লগে কোহলীয়ে নিজৰ নামত কেইবাটাও অভিলেখ নিজৰ নাম কৰে।…

পিংক টেষ্টৰ ইটো সিটো

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ ভাৰতৰ মাটিত অনুষ্ঠিত প্ৰথমখন দিবা-নৈশ টেষ্টৰ পূৰ্বে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শুকুৰবাৰে ইডেন গাৰ্ডেনৰ বেল বজাই আনুষ্ঠানিক ভাৱে মেচৰ শুভাৰম্ভ…

নাজিৰাত মাইক্র’ফাইনেন্সৰ ভয়ত ঘৰ এৰি পলায়ন চকীমুখ পহুচিঙৰ পৰিয়ালৰ

নিয়মীয়া বার্তা, নাজিৰা ২২ নৱেম্বৰঃ নাজিৰা আদর্শ থানাৰ সমীপৰে মলা গাঁৱত সংঘটিত মাইক্র’ফাইনেন্স কোম্পানী তথা বন্ধন বেংকৰ গোটৰ মহিলাৰ দ্বাৰা সতীর্থ এগৰাকী মহিলাৰ ঘৰৰ টিনপাত খোলাৰ উপৰি ঘৰৰ বয়–বস্তুকে ধৰি অন্যান্য সা–সামগ্রী হস্তগত কৰি মানৱতা…

নামদাঙৰ শিলৰ সাঁকোৰ জৰীপ আৰম্ভ

নিয়মীয়া বার্তা, শিৱসাগৰ, গৌৰীসাগৰ, ২২ নৱেম্বৰঃ নামদাঙৰ শিলৰ সাঁকো সংৰক্ষণক লৈ শিৱসাগৰ জিলা প্রশাসনত আৰম্ভ হৈছে যুদ্ধকালীন তৎপৰতা৷ শিৱসাগৰ ভ্রমণৰত জলসম্পদ মন্ত্রী কেশৱ মহন্তই শিৱসাগৰত নামদাঙৰ শিলৰ সাঁকো সংৰক্ষণৰ বাবে কাম আৰম্ভ কৰা হ’ব বুলি…

ৰাজ্যত কোনে চলাইছে কয়লা ছিণ্ডিকেট?

নতুন দিল্লী, ২২ নবেম্বৰঃ ৰাজ্যত অব্যাহত আছে কয়লা ছিণ্ডিকেট। বন বিভাগৰ জ্ঞাতসাৰেই চলি আছে এই বেহা। লোকসভাত এই কথা স্পষ্ট হল পৰিবেশ মন্ত্ৰী বাবুলৰ ভাষ্যত। কেন্দ্ৰীয় মন্ত্ৰী সুপ্ৰিয়ৰ মতে উজনি অসমৰ ডিগবৈ বন সংমণ্ডলৰ অধীনত থকা ছখনকৈ…

২৫ নৱেম্বৰত স্বাক্ষৰ হ’ব বুজাবুজি চুক্তি

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ দেশৰ চলচ্চিত্ৰ জগতৰ অভিজাত ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে অহা ২৫ নৱেম্বৰ টাইমছ অৱ ইণ্ডিয়া গ্ৰুপ আৰু ৰাজ্য় চৰকাৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ হ'ব। তাজ ভিভাণ্টা হোটেলত দিনৰ ১১ বজাত…

খিলঞ্জীয়াৰ স্বাৰ্থত নতুন ভূমিনীতিঃ চহৰাঞ্চলত খিলঞ্জীয়া ভূমিহীনে পাব মাটি

নিয়মীয়া বাৰ্তা,২৩ নৱেম্বৰঃ অসমৰ খিলঞ্জীয়া বাসিন্দাৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ প্ৰস্তুত কৰা হৈছে নতুন ভূমি নীতি । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰা ভূমি নীতি, ২০১৯ ত মূলতঃ ৰাজ্যৰ খিলঞ্জীয়া কৃষকৰ ভূমি অধিকাৰত গুৰুত্ব আৰোপ…

ক্লাইমেট ইমাৰ্জেন্সীক বৰ্ষটোৰ শব্দ আখ্যা অক্সফ’ৰ্ড অভিধানৰ

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ অক্সফ'ৰ্ড অভিধানে বৰ্ষটোৰ শব্দ হিচাপে ইয়াত সন্নিৱিষ্ট কৰিছে ক্লাইমেট ইমাৰ্জেন্সী শব্দ দুটা। উল্লেখনীয় যে চলিত বৰ্ষত আটাইতকৈ বেছি এই শব্দ দুটা ব্যৱহাৰ হোৱা বুলি অক্সফ'ৰ্ডে দাবী কৰিছে। জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ…

পাৰস্য উপসাগৰীয় দেশত পাঁচবছৰত মৃত্যু ৩৪,০০০ ভাৰতীয়ৰ

ডিজিটেল ডেস্ক, ২৩ নৱেম্বৰঃ পাৰস্য উপসাগৰীয় দেশত প্ৰতিদিনে গড়ে ১৫ জনকৈ প্ৰব্ৰজিত ভাৰতীয় লোকে প্ৰাণ হেৰুৱায় । বিশেষকৈ কুৱেইট, ছৌদি আৰব, বাহৰেইন, কাটাৰ, ওমান আৰু ইউনাইটেড আৰব এমিৰেটছত এনেদৰে কৰ্মৰত ভাৰতীয় লোকৰ মৃত্যু হৈ আহিছে । ভাৰতৰ বৈদেশিক…

গুৱাহাটীত চাৰ্টাৰ্ড একাণ্টেণ্টৰ ৰাষ্ট্ৰীয় অধিৱেশনৰ শুভাৰম্ভ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ 'দেশ নিৰ্মাণত চাৰ্টাৰ্ড একাউণ্টেণ্ট সকলৰ ভূমিকা গুৰুত্বপূৰ্ণ । দেশৰ তিনি লক্ষাধিক চাৰ্টাৰ্ড একাউণ্টেণ্টে বিমুদ্ৰাকৰণ, জি এছ টি আৰু দুৰ্নীতিমুক্ত ভাৰত অভিযানত ৰাষ্ট্ৰৰ বাবে কাম কৰিছে।' এই মন্তব্য বিত্তমন্ত্ৰী ড০…