নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় নৌ সেনাৰ প্ৰথম মহিলা ডিফেন্স এটাছী কৰবী গগৈ

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ ৰাজ্যৰ গৌৰৱোজ্জ্বল যাত্ৰাত আন এক ইতিহাস সৃষ্টি কৰিলে এগৰাকী অসমীয়া জীয়ৰীয়ে । ভাৰতীয় নৌ সেনাত প্ৰথমবাৰলৈ বিদেশত ডিফেন্স এটাছী ৰূপে নিযুক্তি লাভ কৰি এই সন্মান কঢ়িয়াই আনিছে অসম কন্যা তথা লেফটেনেণ্ট কমাণ্ডাৰ কৰবী গগৈয়ে ।…

২৭ ডিচেম্বৰলৈকে ন্যায়িক জিম্মাত থাকিব পি.চিদাম্বৰম

নিউজ ডেস্ক ১৩ নৱেম্বৰঃ প্ৰাক্তন বিত্ত মন্ত্ৰী পি.চিদাম্বৰমৰ পুনৰ মুখ ঠেকেছা। এনফৰ্চমেন্ট ডাইৰেক্টৰ গোচৰত আই এন এক্স মিডিয়াৰ বিত্তীয় কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী জনক ৰৌচ এভিনিউৰ বিশেষ আদালতে পুনৰ ২৭ ডিচেম্বৰলৈকে ন্যায়িক…

সোণাপুৰত ১১২খন সোণৰ বিস্কুট জব্দ

মহানগৰঃ মহানগৰীৰ সমীপবৰ্তী সোণাপুৰত জৱ্দ ১১২খন সোণৰ বিস্কুট। এখন ইক স্পৰ্টছ গাড়ীত আনিছিল বিস্কুটকেইখন। ৰেভিনিউ ইণ্টেলিজেন্সৰ অভিযানত জব্দ বিস্কুটকেইখন। বিস্কুটকেইখনৰ ওজন প্ৰায় ১৯কেজি। আৰক্ষীয়ে গাড়ীখনৰ চালকক আটক কৰি সোধাপোছা অব্যাহত…

কোকৰাঝাৰৰ পৰা আৰম্ভ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ প্ৰক্ৰিয়া

গুৱাহাটী, ১৩ নৱেম্বৰঃ ১৯৮৫ চনৰ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি কে শৰ্মা নেতৃত্বাধীন উচ্চ পৰ্যায়ৰ সমিতিয়ে মঙলবাৰে কোকৰাঝাৰ আৱৰ্ত ভৱনত পোনপ্ৰথমবাৰৰ বাবে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ…

গুলপীয়া বলেৰে অনুশীলন আৰম্ভ বিৰাট বাহিনীৰ

স্পৰ্টছডেস্ক, ১৩ নৱেম্বৰঃ কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অহা ২২ নৱেম্বৰৰ পৰা ভাৰতে খেলিব ইতিহাসৰ প্ৰথমখন দিবা-নৈশ টেষ্ট । বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া বহু প্ৰত্যাশিত মেচখনত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হ'ব এছ জিৰ গুলপীয়া বল । টীম ইণ্ডিয়াৰ বাবে…

৫ ডিচেম্বৰত দিল্লী কঁপাব গোৰ্খা ছাত্ৰ সন্থাই

নিয়মীয়া বাৰ্তা,১৩ নৱেম্বৰঃ এন আৰ চিৰ চূড়ান্ত তালিকাত এক লাখ গোৰ্খা লোকৰ নাম বাদ পৰাৰ প্ৰতিবাদত ৫ ডিচেম্বৰত দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই । মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক বৈঠকত এই…

৭৫ বছৰীয়া প্ৰেমৰ সফল সমাপ্তিঃ স্বামীৰ সৈতে জীৱনৰ অন্তিমটো খোজ পত্নীৰ

নিউজ ডেস্ক ১৩ নৱেম্বৰঃ প্ৰেম, প্ৰেমৰ কথা কিনো ক'ম ! প্ৰেমৰ বাবেই পৃথিৱীখন আজিও যে সৃষ্টিশীল আৰু সুন্দৰ তাকেই প্ৰমাণ কৰি গ'ল শেহতীয়া এক ঘটনাই । সকলোৱে বিচাৰে নিজৰ আপোনজনৰ সৈতে জীৱনৰ অন্তিমটো দিনলৈকে হাঁহিৰে পাৰ কৰা । অৱশ্যে সকলোৰে বাবে ই হৈ…

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনলৈ দেশৰ মুখ্য ন্যায়াধীশ

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান তথ্য জনাৰ অধিকাৰ আইনৰ অধীনলৈ দেশৰ মুখ্য ন্যায়াধীশ বুধবাৰে পাঁচজনীয়া বিচাৰপীঠে প্ৰদান কৰে এই ঐতিহাসিক ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন ৰঞ্জন গগৈৰ…

এন আৰ এল-বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ মাজত চুক্তি

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল) আৰু ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট (বি বি চি আই) গুৱাহাটীৰ মাজত এখন চুক্তি সম্পন্ন হৈছে । এই চুক্তি এনুসৰি ২ কোটি টকা ব্যয় সাপেক্ষে বি বি চি আইত এটা শিশু অন'কোল'জী ৱাৰ্ড…