নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধন আতংক : আত্মহত্যা এজনৰ

নিয়মীয়া বাৰ্তা,১১ নৱেম্বৰঃ একাংশ বেংক , বিত্তীয় প্ৰতিষ্ঠান আৰু গোটে কেতবোৰ দৰিদ্ৰ লোকক ঋণ প্ৰদান কৰি সেই ঋণৰ কিস্তি আদায়ৰ নামত তেওঁলোকৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে । বহুক্ষেত্ৰত ঋণৰ বোজা সহিব নোৱাৰি একাংশই আত্মহত্যাৰ পথ বাচি লোৱাৰ…

বকোত কংগ্ৰেছৰ বিক্ষোভ-সমদল

বকো, ১১ নৱেম্বৰঃ অৰ্থনৈতিক মন্দাৱস্থাকে ধৰি সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ ব্যৰ্থতাৰ প্ৰতিবাদত কংগ্ৰেছে ৫ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ দেশজুৰি গ্ৰহণ কৰা সৰ্বাত্মক সোমবাৰে  আজি কামৰূপ জিলাৰ বকোতো ৰূপায়ণ কৰা হয়। সোমবাৰে  কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ…

ৰাস মহোৎসৱক লৈ উখল-মাখল ঊষানগৰী তেজপুৰ

তেজপুৰ ১১ নৱেম্বৰঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত ঊষা নাট্য মন্দিৰৰ এইবাৰৰ ৯২ সংখ্যক ৰাস-ভাওনা কালি সন্ধিয়া গন্ধৰ্ব খোল বাদনেৰে আৰম্ভ হয়। একেদৰে ৮৪ সংখ্যক মিলন বাকৰি ৰাসোৎসৱ, ৫৪ সংখ্যক তেলেৰীয়া ৰাসোৎসৱ, বৃহত্তৰ বেছেৰীয়া ৰাসোৎসৱ, ঘৰপৰা চুবুৰি ৰাসোৎসৱ,…

মহানগৰীৰ গ্ৰেণেড বিস্ফোৰণঃ ১০ অভিযুক্তৰ বিৰুদ্ধে নিয়াৰ চাৰ্জশ্বীট

গুৱাহাটী, ১১ নৱেম্বৰঃ মহানগৰীৰ গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনাত প্ৰাণময় ৰাজগুৰু, জাহ্নৱী শইকীয়াকে ধৰি ৮ জন অভিযুক্তৰ বিৰুদ্ধে সোমবাৰে চাৰ্জশ্বীট দাখিল কৰে অনুসন্ধানকাৰী সংস্থা নিয়াই । ৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্ৰোহ,…

আগমনিত বনৰৌসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ ধুবুৰী জিলাৰ আগমনি থানাৰ অন্তৰ্গত বেলগুৰিত এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ বনৰৌ উদ্ধাৰ কৰাৰ লগতে তিনিজন চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলে । সোমবাৰে পুৱা গুৱাহাটীৰ পৰা অহা বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থাৰ এটা…

বৰকুৰাত ৭০ কোটি টকীয়া ৰে’লৱে উৰণীয়া সেঁতুৰ আধাৰশিলা ডঃ শৰ্মাৰ

নলবাৰী, ১২ নৱেম্বৰঃ বহু প্ৰতীক্ষিত নলবাৰী সমষ্টিৰ বৰকুৰাত সোমবাৰে প্ৰায় ৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া নলবাৰী-বৰকুৰা পথৰ ৰে'লৱে উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰা হয় । এই ৮২০ মিটাৰ দৈঘ্যৰ ৰে'লৱে উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰে…

এজন ভোটাৰৰ কথা

মই ভোট দিবলৈ নগ’লো। দেশৰ সংবিধানে মোক ভোট দিয়াৰ অধিকাৰ দিছে। ভাৰতৰ নাগৰিক হিচাপে ভোটদান কৰিব পৰাৰ অধিকাৰ মোৰ আছিল। কিন্তু মই মই ভোট দিব নগ’লো। মোৰ বিবেকৰ বাছনিত কোনো এজন প্ৰাৰ্থী উপযুক্ত বুলি বিবেচিত নহ’ল। সেয়েহে মই ভোটদান পৰা নিজকে বঞ্চিত…

আৰু কিমান বিতুমণিৰ মৃত্যু হ’ব?

অসমীয়া সমাজত এজনী ছোৱালী বিয়া দিবলৈ বৰ বিশেষ চিন্তা কৰিব লগা নাছিল। গাঁৱৰ এজন জীয়ৰীক উলিয়াই দিওঁতে আগতে কেইটামান বিশেষ বস্তু লগত দি পঠিয়াইছিল। তাৰ ভিতৰত বাঁহৰ বাঢ়নি, খেৰৰ সূঁতা, যঁতৰ, তাঁতৰ শাল, এখন বিচনা, দুখন কাঁহি, বঁটা, ভাতৰ চৰু আৰু…

দুই শিল্পীৰ জীৱন সংগ্ৰামেৰে নিৰন্তৰ প্ৰেমৰ শাশ্বত কাহিনী…

প্ৰেমৰ এই জীৱন। হেঁপাহৰ এই সংসাৰ। দুয়ো শিল্পী। এজনৰ জীৱন মানে গান, আনজনৰ জীৱন মানে ছবি। ছবি তেওঁৰ বাবে জীৱিকা নহয়। মৰুময় বালিত বিয়পি থকা এক সংবেদনৰ সত্তা। সপোন তেওঁ আজিও দেখে। সৃষ্টিৰ উন্মাদনাই তেওঁক অস্থিৰ কৰি ৰাখে। দুটা দেহ কিন্তু এটা…

হঠাৎ আপোনাৰ গোপন ফটো ভাইৰেল হ’লে কি কৰিব?

জ্ঞান লাভৰ বাবে এতিয়া আৰু হাজাৰ পৃষ্ঠাৰ বিশ্বকোষৰ পাত লুটিয়াই ফুৰাৰ কোনো প্ৰয়োজন নাই। হাতত থকা মোবাইল ফোনটোৰেই যেতিয়াই যি তথ্যৰ প্ৰয়োজন হয় তেতিয়াই সেয়া লাভ কৰাতো সম্ভৱ হৈ পৰিছে। ডিজিটেল প্ৰযুক্তিৰ সুবিধা এয়াই যে ই সদায় দুটা বিষয়ক অধিক…