নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৈয়দ মুস্তাক আলী টি-২০ ত পৰাস্ত অসম

গুৱাহাটী, ১১ নৱেম্বৰঃ চৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত অসমে সোমবাৰে হাৰিয়ানাৰ বিৰুদ্ধে তীব্ৰ যুঁজ দি পৰাস্ত হয়। মুম্বাইৰ বান্দ্ৰা কাৰলা কমপ্লেক্সত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ মেচখনত হাৰিয়ানাই অন্তিম অ'ভাৰত ৭ উইকেটৰ বিনিময়ত জয়ৰ লক্ষ্যত…

সৰ্বভাৰতীয় চিনিয়ৰ ৰেংকিং বেডমিণ্টনত অস্মিতাৰ স্বৰ্ণ জয়

গুৱাহাটী, ১১ নৱেম্বৰঃ অসমৰ প্ৰতিভাৱান শ্বাটলাৰ অস্মিতা চলিহাই বেডমিণ্টন ক'ৰ্টত চমকপ্ৰসদ প্ৰদৰ্শন অব্যাহত ৰাখিছে। চলিত বৰ্ষত দুখনকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উজলি উঠা বাঁওহতীয়া উদীয়মান শ্বাটলাৰগৰাকীয়ে সোমবাৰে সৰ্বভাৰতীয় ছিনিয়ৰ ৰেংকিং…

বন্ধন আতংক : আত্মহত্যা এজনৰ

নিয়মীয়া বাৰ্তা,১১ নৱেম্বৰঃ একাংশ বেংক , বিত্তীয় প্ৰতিষ্ঠান আৰু গোটে কেতবোৰ দৰিদ্ৰ লোকক ঋণ প্ৰদান কৰি সেই ঋণৰ কিস্তি আদায়ৰ নামত তেওঁলোকৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে । বহুক্ষেত্ৰত ঋণৰ বোজা সহিব নোৱাৰি একাংশই আত্মহত্যাৰ পথ বাচি লোৱাৰ…

বকোত কংগ্ৰেছৰ বিক্ষোভ-সমদল

বকো, ১১ নৱেম্বৰঃ অৰ্থনৈতিক মন্দাৱস্থাকে ধৰি সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ ব্যৰ্থতাৰ প্ৰতিবাদত কংগ্ৰেছে ৫ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ দেশজুৰি গ্ৰহণ কৰা সৰ্বাত্মক সোমবাৰে  আজি কামৰূপ জিলাৰ বকোতো ৰূপায়ণ কৰা হয়। সোমবাৰে  কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ…

ৰাস মহোৎসৱক লৈ উখল-মাখল ঊষানগৰী তেজপুৰ

তেজপুৰ ১১ নৱেম্বৰঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত ঊষা নাট্য মন্দিৰৰ এইবাৰৰ ৯২ সংখ্যক ৰাস-ভাওনা কালি সন্ধিয়া গন্ধৰ্ব খোল বাদনেৰে আৰম্ভ হয়। একেদৰে ৮৪ সংখ্যক মিলন বাকৰি ৰাসোৎসৱ, ৫৪ সংখ্যক তেলেৰীয়া ৰাসোৎসৱ, বৃহত্তৰ বেছেৰীয়া ৰাসোৎসৱ, ঘৰপৰা চুবুৰি ৰাসোৎসৱ,…

মহানগৰীৰ গ্ৰেণেড বিস্ফোৰণঃ ১০ অভিযুক্তৰ বিৰুদ্ধে নিয়াৰ চাৰ্জশ্বীট

গুৱাহাটী, ১১ নৱেম্বৰঃ মহানগৰীৰ গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনাত প্ৰাণময় ৰাজগুৰু, জাহ্নৱী শইকীয়াকে ধৰি ৮ জন অভিযুক্তৰ বিৰুদ্ধে সোমবাৰে চাৰ্জশ্বীট দাখিল কৰে অনুসন্ধানকাৰী সংস্থা নিয়াই । ৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্ৰোহ,…

আগমনিত বনৰৌসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ ধুবুৰী জিলাৰ আগমনি থানাৰ অন্তৰ্গত বেলগুৰিত এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ বনৰৌ উদ্ধাৰ কৰাৰ লগতে তিনিজন চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলে । সোমবাৰে পুৱা গুৱাহাটীৰ পৰা অহা বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থাৰ এটা…

বৰকুৰাত ৭০ কোটি টকীয়া ৰে’লৱে উৰণীয়া সেঁতুৰ আধাৰশিলা ডঃ শৰ্মাৰ

নলবাৰী, ১২ নৱেম্বৰঃ বহু প্ৰতীক্ষিত নলবাৰী সমষ্টিৰ বৰকুৰাত সোমবাৰে প্ৰায় ৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া নলবাৰী-বৰকুৰা পথৰ ৰে'লৱে উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰা হয় । এই ৮২০ মিটাৰ দৈঘ্যৰ ৰে'লৱে উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰে…

এজন ভোটাৰৰ কথা

মই ভোট দিবলৈ নগ’লো। দেশৰ সংবিধানে মোক ভোট দিয়াৰ অধিকাৰ দিছে। ভাৰতৰ নাগৰিক হিচাপে ভোটদান কৰিব পৰাৰ অধিকাৰ মোৰ আছিল। কিন্তু মই মই ভোট দিব নগ’লো। মোৰ বিবেকৰ বাছনিত কোনো এজন প্ৰাৰ্থী উপযুক্ত বুলি বিবেচিত নহ’ল। সেয়েহে মই ভোটদান পৰা নিজকে বঞ্চিত…

আৰু কিমান বিতুমণিৰ মৃত্যু হ’ব?

অসমীয়া সমাজত এজনী ছোৱালী বিয়া দিবলৈ বৰ বিশেষ চিন্তা কৰিব লগা নাছিল। গাঁৱৰ এজন জীয়ৰীক উলিয়াই দিওঁতে আগতে কেইটামান বিশেষ বস্তু লগত দি পঠিয়াইছিল। তাৰ ভিতৰত বাঁহৰ বাঢ়নি, খেৰৰ সূঁতা, যঁতৰ, তাঁতৰ শাল, এখন বিচনা, দুখন কাঁহি, বঁটা, ভাতৰ চৰু আৰু…