চিলাপথাৰত ১৮ কোটি টকাৰ তিনিটা প্ৰকল্পৰ আধাৰশিলা মন্ত্ৰী ড০ শৰ্মাৰ
নিয়মীয়া বাৰ্তা,১৭ নৱেম্বৰঃ অৰুণাচল প্ৰদেশ চৰকাৰে যদি সদিচ্ছা প্ৰকাশ কৰে আৰু অসম চৰকাৰক সহযোগিতা আগবঢ়াই, তেন্তে লিকাবালিস্থিত উত্তৰ-পূবৰ দ্বিতীয় বৃহৎ শক্তিপীঠ মালিনী থানক উল্লেখ্যযোগ্য পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব অসম চৰকাৰে । শনিবাৰে অসম…