নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীখাইতীৰ ইটাভাতাত শিশু শ্রমিক নিয়োগ

নিয়মীয়া বার্তা, ২০ জানুৱাৰীঃ মহানগৰীৰ সমীপৱর্তী পানীখাইতীত একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে উদ্যোগ স্থাপন কৰাৰ লগতে আন একাংশই উদ্যোগত শিশু শ্রমিক নিয়োগ কৰিছে ৷ শেহতীয়াকৈ পানীখাইতীত চলি থকা তিনিটাকৈ ইটাভাতাত স্বত্বাধিকাৰীয়ে শ্রমিক আইন উলংঘাৰে শিশু…

হিমালয়ত সন্ধানহীন ছয় পর্বতাৰোহী

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ হিমালয়ৰ এক শৃংগ আৰোহণলৈ যোৱা ৬গৰাকীকৈ আৰোহী সন্ধানহীন হৈ আছে৷ উত্তৰ–পশ্চিম নেপালত সংঘটিত হৈছে এই ঘটনা৷ যোৱা শুকুৰবাৰে বিশাল বৰফৰ খণ্ড এটা খহি অহাৰ পিছতেই পর্বতাৰোহীকেইজন সন্ধানহীন হৈ পৰে৷ উল্লেখনীয় যে…

ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগ লজ্জাজনক ঘটনা

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে উত্থাপন কৰা মহাভিযোগ বে–আইনী তথা লজ্জাজনক ঘটনা৷ শেহতীয়াকৈ ৰাষ্ট্রপতি ট্রাম্পৰ সপক্ষে যুক্তি দর্শোৱা আইনজ্ঞৰ এটা দলে বিৰোধী ডেম’ক্রেটিক পার্টীয়ে অনা মহাভিযোগ…

কংগ্রেছৰ ৫৪জনীয়া প্রথম প্রার্থী তালিকা প্রকাশ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ নির্বাচনী প্রচাৰত উত্তপ্ত হৈ থকা দিল্লীত কালি সন্ধিয়া কংগ্রেছে প্রকাশ কৰিছে প্রথমখন প্রার্থী তালিকা৷ এই প্রার্থী তালিকাত দলটোৱে ৫৪গৰাকী নেতা তথা নেত্রীক স্থান দিছে৷ ৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব লগা দিল্লী…

সভ্যতাৰ সংকট

গোলকীয় উষ্ণতাই পৃথিৱী গ্রহলৈ কঢ়িয়াই অনা ভয়ংকৰ বিপদৰ বিষয়ে সকলোৱে কম–বেছি পৰিমাণে অৱগত৷ বায়ুমণ্ডলত কার্বন–ডাই–ক্সাইডস্ গ্রীন হাউছ গেছৰ নির্গমনে প্রধানতঃ ইয়াৰ বাবে দায়ী৷ বিশ্ব সমুদায়ে গোলকীয় উষ্ণতাক মানৱ সভ্যতাৰ প্রতি সংকট ৰূপে চিহ্ণিত কৰিছে৷…

ড০ প্রফুল্ল মহন্তক সূর্য কুমাৰ ভূঞা বঁটা প্রদান

নিয়মীয়া বার্তা, 20 জানুৱাৰীঃ নগাঁও জিলা সাহিত্য সভাৰ ২০১৮–২০ বর্ষৰ বার্ষিক অধিৱেশনখন দেওবাৰে উপাসনা শাখা সাহিত্য সভাৰ উদ্যোগত নগাঁও চহৰৰ মিলনপুৰ বিহুতলীত দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত হয়৷ কার্যসূচী অনুসৰি নৱনির্বাচিত সভাপতি পৰাণ কুমাৰ…

অসামৰিক চিকিৎসালয়ৰ কদর্যময় পৰিৱেশত ক্ষুণ্ণ মন্ত্রী পীয়ূষ

নিয়মীয়া বার্তা, 20 জানুৱাৰীঃ প্রধানমন্ত্রী ৰাষ্ট্রীয় ডায়েলাইছিছ আঁচনিৰ অধীনত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ বিনামূলীয়া ডায়েলাইছিছ কেন্দ্রটোৰ দেওবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকাই৷…

আজিৰ পৰা বন্ধ গুৱাহাটী বেংকক ন’ক বিমান সেৱা

মহানগৰ বার্তা, ২০ জানুৱাৰীঃ গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ পৰা থাইলেণ্ডৰ ৰাজধানী বেংককৰ মাজত সপ্তাহত দুদিনকৈ চলাচল কৰা ন’ক এয়াৰ বিমানখনৰ চলাচল আজিৰে পৰা বন্ধ থাকিব৷ ন’ক এয়াৰৰ সূত্রই সদৰী কৰা অনুসৰি বিভিন্ন…

টংলাত পিতৃক দাৰে ঘপিয়াই নৃশংস হত্যা

নিয়মীয়া বার্তা, ২০ জানুৱাৰীঃ ওদালগুৰি জিলাৰ টংলা থানা অন্তর্গত চেনিপাৰা গাঁৱত দেওবাৰে পুৱতিনিশা সংঘটিত হয় এক লোমহর্ষক হত্যাকাণ্ড৷ নিজ পুত্রৰ দাৰ ঘাপত থিতাতেই মৃত্যু হয় পিতৃৰ৷ টংলা থানাৰ অন্তর্গত চেনিমাৰা গাঁৱৰ  এগৰাকী কুলাংগাৰ পুত্র সঞ্জয়…

এনআৰচিঃ সেৱাকেন্দ্র ভিত্তিত যুগুতাইছে তালিকা

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ যোৱা বছৰ ৩১ আগষ্টত প্রকাশিত চূড়ান্ত এন আৰ চিখন চৰকাৰে গ্রহণ কৰা–নকৰাক লৈ বিতর্ক, বিভিন্ন মহলত নানান প্রশ্নৰ উদ্রেক ঘটাৰ সময়তে জিলাই জিলাই আৰম্ভ হৈছে এন আৰ চিক লৈ আন এক তৎপৰতা৷ ইতিমধ্যে বিভিন্ন জিলাত এন আৰ চিত…