নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰত ১.৮৪ কোটি টকাৰ সোণসহ ৭জনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা,১১ জানুৱাৰীঃ সোণ সৰবৰাহৰ ট্রেনজিট পইণ্টত পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ আন্তঃৰাষ্ট্রীয় পর্যায়ৰ সৰবৰাহকাৰী চক্রই নিতৌ ন ন কৌশল অৱলম্বন কৰি কোটি কোটি টকাৰ চোৰাং সোণ সৰবৰাহ কৰি আহিছে ৷ বিশেষকৈ ৰে’ল আৰু বিমানযোগে সৰবৰাহকাৰী চক্রই…

ৰাজ্যজুৰি ভোগালীৰ প্ৰস্তুতিঃ লাডেনৰ তাণ্ডৱ, ‘কা’বিৰোধ, যুদ্ধ টেংকৰ ভেলাঘৰ

নিয়মীয়া বার্তা,১১ জানুৱাৰীঃ নলবাৰীৰ বৰ মাজদিয়াত অঞ্চলটোৰ যুৱক সমাজে গোৱালপাৰা জিলাত লাডেন নামৰ হাতীটোৱে চলোৱা তাণ্ডৱলীলাৰ এক প্রতিচ্ছবি ভেলাঘৰৰ মাধ্যমেৰে দেখুওৱা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে এই ভেলাঘৰ চোৱাৰ বাবে ৰাইজৰ ভিৰো পৰিলক্ষিত হৈছে৷…

বিশিষ্ট পণ্ডিত উমাকান্ত শর্মালৈ ২০১৯ বর্ষৰ কথা সাহিত্য বঁটা

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ বিশিষ্ট সংস্কৃত পণ্ডিত, অসমীয়া ভাষা–সাহিত্য–সংস্কৃত্ নিৰলস সাধক উমাকান্ত শর্মাক ২০১৯ বর্ষৰ কথা সাহিত্য বঁটা প্রদান কৰা হ’ব অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনত ৷ সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত…

দৰঙৰ পাতিদৰঙত মহামাৰীৰ ৰূপত কর্কটঃ মৃত্যু হৈছে ১৫০ৰো অধিক

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ কর্কট ৰোগে একপ্রকাৰৰ মহামাৰীৰ ৰূপ লৈছে দৰঙৰ এখন গাঁৱত ৷ দৰঙৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তর্গত পাতিদৰঙত ভয়াৱহ ৰূপ লৈছে মাৰাত্মক কর্কটে ৷ আক্রান্ত হৈছে গাঁওখনৰ ইজনৰ পিছত সিজন লোক ৷ আনকি বর্তমানপর্যন্ত কেৱল এই…

ঢেকীয়াজুলিত সন্তান জন্ম দিব নোৱাৰাৰ বাবেই পত্নীক হত্যা

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ পাণবাৰী চাহ বাগিচাত সংঘটিত হ’ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ মাইকেল হৰ’ নামৰ লোকজনে পত্নী এলবিনা হৰ’ক হত্যা কৰি পুতি থয় পাণবাৰী চাহ বাগিচাৰ খেলপথাৰৰ কাষৰ জংঘলত ৷ দণ্ডাধীশৰ উপস্থিতিত…

যুদ্ধ বিমুখিতা

সপ্তাহজোৰা তীব্র উৎকণ্ঠাৰ পাছত অৱশেষত আমেৰিকা আৰু ইৰানৰ মাজত পোনপটীয়া যুদ্ধৰ সম্ভাৱনা বহুখিনি হ্রাস পালে৷ বিগত কেইটামান দিনৰ ঘটনাক্রমৰ পাছত এতিয়া সকলোৱে এই কথা বিশ্বাস কৰিব পাৰিছে যে বাস্তৱ ক্ষেত্রত মধ্যপ্রাচ্যত আন এখন ৰক্তক্ষয়ী যুদ্ধ…

আপোনাৰ আজিৰ দিনটো

মেষ : যিকোনো কামকে ভাবি–চিন্তি কৰক৷ বাঞ্ছিত ফল লাভত বাধা পাব৷ ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনৰ লগত আলোচনা কৰক৷ বিদ্যাত সিমান নিৰাশ নহ’ব৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৩৷ বৃষ : অন্তৰংগ বন্ধু–বান্ধৱীৰ লগত আনন্দ৷ অধিক কর্মবোজা পৰিলেও কিছু নিয়ন্ত্রণ…

ভোগালীলৈ মাজত মাথোঁ কেইটামান দিন

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ  অসমৰ কৃষিভিত্তিক উৎসৱ ভোগালী বিহুলৈ মাজত মাথো ৪–৫ দিন বাকী৷ নাগৰিকত্ব সংশোধনী আইনক কেন্দ্র কৰি সমগ্র ৰাজ্যতে প্রতিবাদৰ বিস্ফোৰণ ঘটাৰ সমান্তৰালকৈ আঘোণৰ সোণোৱালী পথাৰৰ সোণগুটি কৃষকে ঘৰলৈ অনাৰ পাছতে উদং হৈ পৰা…

মহানগৰীৰ অৱসৰপ্ৰাপ্ত অভিযন্তা হত্যাত জড়িতৰ সন্দেহত এজনক আটক

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ মহানগৰীৰ দিছপুৰ আইন মহাবিদ্যালয় পথৰ ২০ নং বাসগৃহত মঙলবাৰে নিশা সংঘটিত হোৱা ডকাইতি আৰু পৰেশ চন্দ্ৰ বৰুৱা নামৰ অৱসৰ প্ৰাপ্ত অভিযন্তাগৰাকীক নৃশংস ভাৱে হত্যাত জড়িতৰ সন্দেহত আৰক্ষীয়ে আটক কৰে হিমাংশু বৰ্মন নামৰ এজন…

জেএনইউৰ ঘটনাৰ লগত জড়িত ৯ জন সন্দেহজনক লোকৰ ফটো প্ৰকাশ দিল্লী আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ জেএনইউত দেওবাৰে হোৱা আক্ৰমণৰ ঘটনাৰ আঁৰত দিল্লী আৰক্ষীয়ে সন্দেহযুক্ত আক্ৰমণকাৰীৰ ফটো প্ৰকাশ কৰিছে। ইয়াৰে ভিতৰত জেএন ইউৰ ছাত্ৰ সংঘৰ অধ্যক্ষ আইশ্ৰী ঘোষৰ সহিতে আন ৯ জনৰ নাম উল্লেখ কৰিছে। শুকুৰবাৰে দিল্লী আৰক্ষীয়ে এখন…