নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪০খন গাড়ীৰ এটা লক্ষ্য, কিন্তু এই লক্ষ্যটো কি?

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ৪০ খন গাড়ী, এটা লক্ষ্য। অচিন পথেৰে নিৰ্ধাৰিত গতিবেগত ৰোমাঞ্চকৰ যাত্ৰা। পথ সুৰক্ষা সম্পৰ্কে সজাগতাৰ উদ্দেশ্যৰে গুৱাহাটীৰ পৰা কাজিৰঙালৈ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক কাৰ ৰেলী। এয়া গতিবেগৰ প্ৰতিযোগিতা নহয়,…

খেলো ইণ্ডিয়াত অসমৰ প্ৰথমটো পদক লাভ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ খেলো ইণ্ডিয়াত অসমৰ প্ৰথমটো পদক লাভ। অসমৰ হৈ জিমনাষ্টিকত ব্ৰঞ্জৰ পদক লাভ কৰিলে উপাসনা তালুকদাৰে। All Round Rhythmic Gymnasticsত ব্ৰঞ্জ পদক লাভ কৰে উপাসনাই। আনহাতে সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়…

অনিদিষ্ট কালৰ বাবে জম্মু আৰু কাশ্মীৰত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিব নোৱাৰিব চৰকাৰেঃ উচ্চতম ন্যায়ালয়

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ জম্মু আৰু কাশ্মীৰৰ পৰা অনুচ্চেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছতেই ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে। যাৰ পৰিপেক্ষিতত তাৰ বিৰোধে কেইবাখনো আবেদন দাখিল হৈছিল উচ্চতম ন্যায়ালয়ত। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি কয় যে…

“মোৰ এই প্ৰতিবাদ প্ৰচাৰ বা আপোনালোকক দেখুৱাবৰ বাবে নহয়”- কিয় আবেগিক হ’ল প্ৰিয়ংকা…

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন প্ৰশমিত হোৱা নাই ৰাজ্যত । 'কা'ৰ বাতিলৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিও অব্যাহত আছে খিলঞ্জিয়াৰ বজ্ৰনিনাদ । শেহতীয়াকৈ ডিব্ৰুগড়ত 'কা' বিৰোধী আন্দোলনত অংশগ্ৰহণ নকৰা শিল্পী,…

বিয়াৰ প্ৰলোভনৰে যুৱতীক ধৰ্ষণ-হত্যা, নৈত উদ্ধাৰ অৰ্ধনগ্ন মৃতদেহ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ পুনৰ এক জঘন্য ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ কালিগঞ্জত। কাকৰা নৈত বস্তাত বান্ধি থোৱা অবস্থাত এগৰাকী যুৱতীৰ অৰ্ধনগ্ন মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। বিয়াৰ প্ৰলোভন দি এগৰাকী যুৱতীক ৩ দুৰ্বৃত্তই…

সংস্কৃতি কেৱল কিতাপৰ পাতত আছেঃ হোমেন বৰগোহাঞি

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ আমাৰ বাল্যকালত গ্রন্থমেলা শব্দটোৰ লগত কাৰো পৰিচয় নাছিল৷ আজি ঢ়কুৱাখনাৰ নতুন প্রজন্মৰ গ্রন্থমেলাৰ সৈতে পৰিচয় ঘটিছে৷ ই মোৰ বাবে আটাইতকৈ সুখৰ খবৰ৷ এই যে পৃথিৱীখন অতি দ্রুতগতিৰে সলনি হৈ আহিছে, মানুহৰ জীৱনধাৰাও সলনি…

আজি সুদৰ্শন অভিনেতা ঋতিক ৰোশনৰ উপজা দিন, প্ৰাক্তন পত্নীয়ে দিলে শুভেচ্ছা…

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ আজি ৪৬ বছৰীয়া হ'ল বলিউডৰ হেণ্ডচাম হাংক ঋতিক ৰোশন । অভিনেতাগৰাকীৰ এই বিশেষ দিনটোত তেওঁৰ অনুৰাগীসকলৰ লগতে বলিউডৰ অভিনেতা-অভিনেত্ৰীসকলেও শুভেচ্ছা জনোৱা দেখা গ'ল । তেওঁৰ প্ৰাক্তন পত্নী চুচানী খানে ইনষ্টাগ্ৰামযোগে…

চৰকাৰী সংস্থাপনৰ আশা নকৰি কৃষিৰে স্বাৱলম্বী টিংখাঙৰ এজন যুৱক

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ টিংখাঙৰ এজন উচ্চ শিক্ষিত যুৱক। যুৱক জনৰ নাম অশোক লামা। উচ্চ শিক্ষা গ্ৰহণ কৰিও যুৱক জনে চৰকাৰী চাকৰি আশাৰ কৰা নাছিল। বৰং একাগ্ৰতাৰে মনোনিবেশ কৰিছিল কৃষি কৰ্মত । অৱশেষত ফল লাভ কৰিবলৈ সক্ষম হৈছে যুৱক জনে। থাইলেণ্ডৰ…

‘বাগী-৩’ ছুটিংথলীৰ পৰা ফটো প্ৰকাশ কৰিলে টাইগাৰে…

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ টাইগাৰ শ্রফে বুধবাৰে সামাজিক মাধ্যম যোগে তেওঁৰ আহিবলগীয়া ছবি 'বাগী-৩' ছুটিংথলীৰ পৰা এখন আলোকচিত্ৰ প্ৰকাশ কৰে। ‘বাগী’ৰ ছিকুৱেল ৰূপে নিৰ্মীত এই ছবিখনত সহ-অভিনেত্ৰীৰ ৰূপত দেখা পাব শ্রদ্ধা কাপুৰক । ইপিনে দুয়োগৰাকী…

ৰঙিয়াৰ এখন বিশেষ বজাৰত কিয় গ্ৰাহকৰ ভিৰ?

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ সমাগত ভোগৰ উৎসৱ ভোগালী। ৰাজ্যবাসী ব্য়স্ত এতিয়া ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ । এই সময়তে ৰঙিয়াত প্ৰথম বাৰৰ বাবে ভোগালী বিহু উপলক্ষে এখন বিশেষ বজাৰৰ আয়োজন কৰা হৈছে। এই বিশেষ বজাৰ খন হৈছে মহিলাৰ বজাৰ। কেৱল মহিলা…