নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় অন্তিম বাৰৰ বাবে ১৯৮৩ চনত পুণেত ফাঁচি দিছিল চাৰিজন অপৰাধীক?

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ দিল্লীৰ এখন ন্যায়ালয়ে নিৰ্ভয়াৰ চাৰিজন দোষীক মৃত্যুৰ পৰোৱানা জাৰি কৰিছে। ন্যায়ালয়ে একে লগে চাৰিজন দোষীক ২২ জানুৱাৰীত ফাঁচিত ওলমাবলৈ নিৰ্দেশ দিছে। দেশত প্ৰায় ৩৬ বছৰৰ পিছত একে লগে চাৰিজনক ফাঁচিৰ নিৰ্দেশ দিছে। ইয়াৰ…

ধোনীয়ে আই পি এলত ভাল খেলিলে টি-২০ বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত হবঃ শাস্ত্ৰী

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে কয় যে আই পি এলত যদি ধোনীয়ে উন্নত প্ৰদৰ্শন কৰে তেতিয়া ভাৰতীয় দললৈ পুনৰ প্ৰত্যাৰ্ৱতন ঘটাব পাৰিব। প্ৰাক্তন ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক জন যোৱা বিশ্বকাপৰ ছেমি ফাইনেলৰ…

বিগাৰ, বেটাৰ আৰু ষ্ট্ৰংগাৰ হ’বলৈ গৈ কি হ’ল সোনাক্ষীৰ ?

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ দীপিকাৰ পিছত এতিয়া ছ'চিয়েল মিডিয়াত ব্যাপক ট্ৰ'লৰ সন্মুখিন হৈছে অভিনেত্ৰী সোনাক্ষী সিনহা । দৰাচলতে সোনাক্ষীয়ে টুইটাৰ যোগে কেইখনমান ফটো চেয়াৰ কৰিছিল । সেই টুইটৰ এটাত তেওঁ লিখিছিল- "লোকোৱাবলৈ একো নাই, ভয় খাবলৈ…

দীপিকা পাডুকন সন্দৰ্ভত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ জেএনইউ কাণ্ডৰ পাচতে জেএনইউত মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন উপস্থিত হোৱাৰ পাচতে দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । ৰাজনৈতিক মহলত চৰ্চিত হৈ থকা দীপিকা সন্দৰ্ভত বৃহস্পতিবাৰে নিজৰ মন্তব্য প্ৰদান কৰে । ফিল্মষ্টাৰ সকলে…

এখন বিশেষ চাইকেল, কিন্তু কিয় বিশেষ এই চাইকেলখন?

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ আপুনি হয়তু বহু চাইকেল দেখিছে। শৈশৱত চাইকেলখনৰ গুৰুত্ব হয়তু সকলোৱে বুজি পায়। কিন্তু আপুনি কাহানিও নেদেখা এখন বিশেষ আকাৰৰ চাইকেলে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। এখন দুখন নহয় তিনিখন চাইকেল সংযুক্ত কৰি তৈয়াৰ কৰা হৈছে এই…

দেশৰ কিছুমান লোকৰ বিচাৰ বিষাক্ত সাপৰ দৰেঃ উমা ভাৰতী

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ শেহতীয়াকৈ জেএনিউত হোৱা কাণ্ডক লৈ মন্তব্য প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ জেষ্ঠ নেত্ৰী উমা ভাৰতীয়ে। উমা ভাৰতীয়ে জেএন ইউৰ কাণ্ডক লৈ মন্তব্য কৰে যে দেশত কিছুমান লোকৰ বিচাৰ এনেকুৱা হৈছে যে যি এক বিশেষ সাপৰ দৰে যাৰ…

আগন্তুক বাজেট অধিৱেশনঃ অৰ্থনীতিবিদৰে বৈঠক প্ৰধানমন্ত্ৰী-বিত্তমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ আগন্তুক বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে নীতি আয়োগৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু দেশৰ বিশিষ্ট অৰ্থনীতিবিদসকলৰ মাজত সম্পন্ন হয় এক বিশেষ বৈঠক । গৃহমন্ত্ৰী…

দেশ কঠিন সময়ৰ মাজেৰে পাৰ হৈছেঃ মুখ্য ন্যায়াধীশ

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে সেই আবেদন খনক অতি সোনকালে বিচাৰ কৰিবলৈ অসন্মতি প্ৰদান কৰিলে যত নাগৰিকত্ব আইনক সংবিধানিক ঘোষণা কৰা আৰু এই আইনক প্ৰযোজ্য কৰিবলৈ সকলো ৰাজ্যক নিৰ্দেশ প্ৰদান কৰিবলৈ আবেদন দাখিল কৰিছিল। এই…

ফাঁচীৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত ৰায় সংশোধনৰ আবেদন ধৰ্ষণকাৰী বিনয় শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ বিৰুদ্ধে ৭ জানুৱাৰী তাৰিখে মৃত্যুদণ্ডৰ ৰায় দিছিল ন্যায়ালয়ে । এই ৰায় অনুসৰি অহা ২২ জানুৱাৰীত পুৱা ফাঁচীকাঠত ওলমোৱা হ'ব চাৰিওজন অপৰাধীক । তাৰ মাজতেই বৃহস্পতিবাৰে এই ৰায় সংশোধনৰ বাবে…

উৰুকাৰ বজাৰলৈ এজন যুৱকে সাজু কৰিছে দুহেজাৰৰো অধিক তেলী হাঁহ…

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ মাজত আৰু মাত্র কেইটামান দিন বাকী ৷ গাঁৱে–ভূঞে, চহৰে–নগৰে ভোগালীক আদৰিবলৈ এতিয়া ব্যাপক প্রস্তুতি চলিছে ৷ বিশেষকৈ গ্রামাঞ্চলত ঢেঁকীৰ শব্দ আৰু পৰম্পৰাগত ভেলাঘৰ, মেজি নির্মাণক লৈ অন্তহীন ব্যস্ততা পৰিলক্ষিত হৈছে ৷…