নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশজুৰি আৰ্থিক মন্দাৱস্থা, হ্ৰাস বিদ্যুতৰ চাহিদা

নিউজডেস্ক, ১১ নৱেম্বৰঃ আৰ্থিক মন্দাৱস্থাৰ পাছত দেশত অভাৱনীয়ভাবে হ্ৰাস পাইছে বিদ্যুতৰ চাহিদা। চৰকাৰী তথ্য়মতে সুদীৰ্ঘ ১২ বছৰৰ ভিতৰত অক্টোবৰ মাহত সবাতোতকৈ নিম্নগামী হৈছে বিদ্য়ুতৰ চাহিদা। দেশজুৰি অক্টোবৰ মাহত হ্ৰাস পাইছে ১৩.২ শতাংশ বিদ্যুতৰ…

মধ্যাহ্ন ভোজন প্ৰসংগঃ চৰাইদেউত দুৰ্নীতিবিৰোধী যুৱ শক্তিৰ এজাহাৰ

সোণাৰি, ১১ নৱেম্বৰঃ বেচৰকাৰী প্ৰতিষ্ঠানক চৰকাৰে মধ্যাহ্ন ভোজন যোগান ধৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তাৰ সমান্তৰালকৈ সোমবাৰে শিক্ষামন্ত্ৰী, শিক্ষা বিভাগৰ আয়ুক্ত আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে দুৰ্নীতি…

ৰামুৱে বশ কৰিলে লাডেনক

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ গোৱালপাৰাত সন্ত্ৰাস চলোৱা বন্যহস্তী লাডেনক অৱশেষত বশ কৰিবলৈ সক্ষম হ'ল বন বিভাগ । বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে সোমবাৰে উদণ্ড হাতীটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় । দলটোৰ সৈতে যোৱা চিকিৎসকে…

চৈয়দ মুস্তাক আলী টি-২০ ত পৰাস্ত অসম

গুৱাহাটী, ১১ নৱেম্বৰঃ চৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত অসমে সোমবাৰে হাৰিয়ানাৰ বিৰুদ্ধে তীব্ৰ যুঁজ দি পৰাস্ত হয়। মুম্বাইৰ বান্দ্ৰা কাৰলা কমপ্লেক্সত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ মেচখনত হাৰিয়ানাই অন্তিম অ'ভাৰত ৭ উইকেটৰ বিনিময়ত জয়ৰ লক্ষ্যত…

সৰ্বভাৰতীয় চিনিয়ৰ ৰেংকিং বেডমিণ্টনত অস্মিতাৰ স্বৰ্ণ জয়

গুৱাহাটী, ১১ নৱেম্বৰঃ অসমৰ প্ৰতিভাৱান শ্বাটলাৰ অস্মিতা চলিহাই বেডমিণ্টন ক'ৰ্টত চমকপ্ৰসদ প্ৰদৰ্শন অব্যাহত ৰাখিছে। চলিত বৰ্ষত দুখনকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উজলি উঠা বাঁওহতীয়া উদীয়মান শ্বাটলাৰগৰাকীয়ে সোমবাৰে সৰ্বভাৰতীয় ছিনিয়ৰ ৰেংকিং…

বন্ধন আতংক : আত্মহত্যা এজনৰ

নিয়মীয়া বাৰ্তা,১১ নৱেম্বৰঃ একাংশ বেংক , বিত্তীয় প্ৰতিষ্ঠান আৰু গোটে কেতবোৰ দৰিদ্ৰ লোকক ঋণ প্ৰদান কৰি সেই ঋণৰ কিস্তি আদায়ৰ নামত তেওঁলোকৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে । বহুক্ষেত্ৰত ঋণৰ বোজা সহিব নোৱাৰি একাংশই আত্মহত্যাৰ পথ বাচি লোৱাৰ…

বকোত কংগ্ৰেছৰ বিক্ষোভ-সমদল

বকো, ১১ নৱেম্বৰঃ অৰ্থনৈতিক মন্দাৱস্থাকে ধৰি সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ ব্যৰ্থতাৰ প্ৰতিবাদত কংগ্ৰেছে ৫ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ দেশজুৰি গ্ৰহণ কৰা সৰ্বাত্মক সোমবাৰে  আজি কামৰূপ জিলাৰ বকোতো ৰূপায়ণ কৰা হয়। সোমবাৰে  কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ…

ৰাস মহোৎসৱক লৈ উখল-মাখল ঊষানগৰী তেজপুৰ

তেজপুৰ ১১ নৱেম্বৰঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত ঊষা নাট্য মন্দিৰৰ এইবাৰৰ ৯২ সংখ্যক ৰাস-ভাওনা কালি সন্ধিয়া গন্ধৰ্ব খোল বাদনেৰে আৰম্ভ হয়। একেদৰে ৮৪ সংখ্যক মিলন বাকৰি ৰাসোৎসৱ, ৫৪ সংখ্যক তেলেৰীয়া ৰাসোৎসৱ, বৃহত্তৰ বেছেৰীয়া ৰাসোৎসৱ, ঘৰপৰা চুবুৰি ৰাসোৎসৱ,…

মহানগৰীৰ গ্ৰেণেড বিস্ফোৰণঃ ১০ অভিযুক্তৰ বিৰুদ্ধে নিয়াৰ চাৰ্জশ্বীট

গুৱাহাটী, ১১ নৱেম্বৰঃ মহানগৰীৰ গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনাত প্ৰাণময় ৰাজগুৰু, জাহ্নৱী শইকীয়াকে ধৰি ৮ জন অভিযুক্তৰ বিৰুদ্ধে সোমবাৰে চাৰ্জশ্বীট দাখিল কৰে অনুসন্ধানকাৰী সংস্থা নিয়াই । ৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্ৰোহ,…

আগমনিত বনৰৌসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ ধুবুৰী জিলাৰ আগমনি থানাৰ অন্তৰ্গত বেলগুৰিত এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ বনৰৌ উদ্ধাৰ কৰাৰ লগতে তিনিজন চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলে । সোমবাৰে পুৱা গুৱাহাটীৰ পৰা অহা বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থাৰ এটা…