১৫–৩৭ নং ৰাষ্ট্রীয় পথঃ ২০১৯ বর্ষত ৩৯৩ পথ দুর্ঘটনাত মৃত্যু ১৪১
নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ মৃত্যুদূতত পৰিণত হৈছে ৰাষ্ট্রীয় ঘাইপথ ৷ শোণিতপুৰ জিলাৰ ১৫নং আৰু ৩৭ (ক) ৰাষ্ট্রীয় ঘাইপথত ২০১৯ বর্ষত সংঘটিত হৈছে ৩৯৩টাকৈ পথ দুর্ঘটনা ৷ এই পথ দুর্ঘটনাসমূহত ১৪১গৰাকী নিহত হোৱাৰ বিপৰীতে আহত হৈছে ২৪০গৰাকী লোক ৷…