নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছাম ইলেক্ট্ৰ’নিক্স ডেভেলপমেণ্ট কৰ্প’ৰেচনত ৩৫ চাকৰি

আছাম ইলেক্ট্র’নিক্স ডেভেলপমেণ্ট কর্প’ৰেচন লিমিটেডত (এমট্রন) খালী হৈছে ৩৫টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি পৰিচালন সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– প্রজেক্ট মেনেজাৰ–ষ্টেট হেডকোৱার্টাৰ…

এবিচিআই ইনফ্ৰাষ্ট্ৰাকচৰাত নিযুক্তিৰ সুযোগ

দেশৰ ৰাজপথ, অট্টালিকা, সুৰংগ, দলঙকে ধৰি আন্তঃৰাষ্ট্রীয় সীমাত বেৰ দিয়া কামৰ সৈতে জড়িত অন্যতম নির্মাণকাৰী কোম্পানী এবিচিআই ইনফ্রাষ্ট্রাকচাৰ প্রাইভেট লিমিটেডত খালী হৈছে ইঞ্জিনীয়াৰৰ কেইবাটাও পদ৷ বিজ্ঞাপনৰ তথ্য অনুসৰি পদসমূহ কোম্পানীটোৰ চিভিল…

অৰ্ডনেন্স ফেক্টৰী বৰ্ডত শিক্ষা নবিচৰ ৬০৬০ পদত মকৰল

প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ অর্ডনেন্স ফেক্টৰী ব’ডত খালী হৈছে শিক্ষা নবিচৰ ৬,০৬০টা পদ৷ পদসমূহ ব’ডৰ কাৰিকৰী আৰু অকাৰিকৰী বিভাগৰ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ব’ডৰ সঞ্চালকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ দেশৰ ভিন্ন ঠাইত থকা…

বন্ধৰ সময়ত বাছ চালকৰ অনন্য কৌশল, মূৰত পিন্ধি ল’লে হেলমেট

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ আজি দেশজুৰি ট্ৰেড ইউনিয়নে আহ্বান কৰিছে সাধাৰণ ধৰ্মঘট-চকাবন্ধ । এই বন্ধৰ সময়ত সমগ্ৰ দেশৰ লগতে অসমতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গ'ল । কিন্তু এই সময়ছোৱাত পশ্চিমবংগত দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰম দৃশ্য ।…

ব্যৱহাৰিক শিক্ষাত গুৰুত্ব সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীৰ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ ৰামপুৰৰ নাথপাৰা প্রাথমিক বিদ্যালয়ত উৎসাহ সাংস্কৃতিক কেন্দ্রৰ উদ্যোগত বিশিষ্ট লেখক কমল কলিতাৰ ওপজা দিন উপলক্ষে এখন কুইজ প্রতিযোগিতা অনুষ্ঠিত হয় ৷ প্রতিযোগিতাৰ ‘ক’ শাখাত প্রথম জুমন কুমাৰ আৰু ৰাকেশ দাস, দ্বিতীয়…

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত ১৯ পদ

ভাৰত চৰকাৰৰ যুৱ পৰিক্রমা আৰু ক্রীড়া মন্ত্রালয়ৰ অধীনস্থ এটি স্বতন্ত্র সংস্থা ভাৰতীয় ক্রীড়া প্রাধিকৰণত খালী হৈছে সহকাৰী সঞ্চালকৰ ১৯টা পদ৷ মুঠ পদৰ ভিতৰত এছ চিৰ ২টা, এছ টিৰ ১টা, অ’বিচিৰ ৩টা, অসংৰক্ষিত ১০টা আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ…

অনাগত দিনত দৈজিং মহোৎসৱে লাভ কৰিব বিশেষ মাত্রা : ৰিণিকি ভূঞা শর্মা

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ চিৰাং জিলাৰ আই নদীৰ বালিচৰত চতুর্থ দৈজিং মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ফেশ্বন শ্ব’ ‘মিষ্টাৰ এণ্ড মিছ দৈজিং ২০১৯–২০’ৰ যোৱানিশা সামৰণি পৰে ৷ সন্ধিয়া অনুষ্ঠিত মিষ্টাৰ এণ্ড মিছ দৈজিং ২০১৯–২০ অনুষ্ঠানত অতিথি…

টিংখাং মহাবিদ্যালয়ত অধ্যাপকৰ ৩ পদ

ডিব্রুগড় জিলাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান টিংখা মহাবিদ্যালয়ত খালী হৈছে সহকাৰী অধ্যাপকৰ ৩টা পদ৷ পদকেইটা ইংৰাজী (২) আৰু অর্থনীতি (১) বিভাগত পূৰণ কৰা হ’ব৷ নিযুক্তি সন্দর্ভত যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষই এক নিয়োগ…

ভাৰতীয় উপকূলৰক্ষী বাহিনীত ২৬০ পদৰ বিজ্ঞাপন

প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ ভাৰতীয় উপকূলৰক্ষী বাহিনীত খালী হৈছে নাৱিকৰ ২৬০টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন ডিএভিপিৰ জৰিয়তে প্রকাশ কৰিছে৷ মুঠ খালী পদ ২৬০টাৰ ভিতৰত অসংৰক্ষিত ১১৩টা,…

কটন কৰ্পৰেচনত ৭৫ পদ

বস্ত্র মন্ত্রালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ অন্যতম অগ্রণী বস্ত্র নির্মাণকাৰী কোম্পানী দ্য কটন ক’পৰেচন অৱ ইণ্ডিয়া লিমিটেডত খালী হৈছে ভিন্ন বর্গৰ ৭৫টা পদ৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– এছিছটেণ্ট কোম্পানী ছেক্রেটৰী (১),…