২০২১ত ক্ষমতালৈ আহিলে ‘কা’ আঁতৰাব কংগ্রেছে
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ২০২১ চনত ৰাজ্যত কংগ্রেছ দল ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী আইন (কা) অসমৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰাৰ ঘোষণা কৰিছে প্রদেশ কংগ্রেছে ৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুৰ বৰাই সোমবাৰে ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত…