‘কা’ গোচৰঃ আজি উচ্চতম ন্যায়ালয়ে ল’ব প্রথম শুনানি; নিৰ্ণয় হ’ব অসমৰ ভৱিষ্যত
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ লগতে একাধিক ব্যক্তিয়ে দাখিল কৰা আবেদনৰ আজি প্ৰথম শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ।
ইতিমধ্যে 'কা'ৰ বিৰুদ্ধে এক ডজনৰো অধিক আবেদন দাখিল কৰা হৈছে উচ্চতম…