টিংখাঙৰ শুকুৰবৰীয়া বজাৰখন
টিংখাঙত নাৰী শক্তিৰ প্রদর্শনৰ এক অঘোষিত প্রতিযোগিতা চলিছে৷ পুৰুষৰ তুলনাত কোনোগুণেই যে নাৰী পিছপৰি থকা নাই, ইয়াৰ সুন্দৰ নিদর্শন দেখিবলৈ পোৱা যায় প্রতি শুকুৰবাৰে টিংখাঙত৷ আমি লাজ কৰিলে নহ’ব, আমি আগুৱাই যাব লাগিব৷ আমি কাম কৰিম, কাম কৰি আগুৱাই…