নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগা ডিভাইদাৰ আৰু দেৱালত আকৌ ‘পিকৰাজ’ৰ চকু !

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ ৰাজধানী চহৰ গুৱাহাটীক সুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে প্ৰশাসনে আৰম্ভ কৰিছে কেতবোৰ বিশেষ কাৰ্যসূচী । এই কাৰ্যসূচী অনুসৰি এতিয়া গুৱাহাটীৰ মাজমজিয়াৰ ডিভাইদাৰ আৰু দেৱাল সমূহত আটকধুনীয়াকৈ চূণ-তেল সানিছে বিভাগীয় কৰ্তৃপক্ষই…

মছজিদৰ পৰা চুৰি ১ লাখ টকাৰ জোতাঃ আৰক্ষীৰ অভিযান আৰম্ভ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ এযোৰ জোতা চুৰি হোৱাক লৈ এতিয়া ব্যস্ত হৈ পৰিছে একাংশ আৰক্ষী । জোতাযোৰ অৱশ্যে আপুনি অথবা মই পিন্ধাৰ দৰে নহয় । এইযোৰ বিশেষ জোতাৰ মূল্য হৈছে প্ৰায় ১ লক্ষাধিক টকা । এই বিশেষ জোতাযোৰৰ চুৰিৰ ঘটনা সংঘটিত হৈছে পাকিস্তানৰ…

ইয়ান বিছপৰ দৃষ্টিত বিশ্বৰ শ্রেষ্ঠ বেগী বলাৰ আর্চাৰ

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ মহম্মদ ছামি, যশপ্রীত বুমৰাহ আৰু ঈশান্ত শর্মাৰ দৰে ভাৰতীয় বেগী বলাৰে সম্প্রতি বিশ্ব ক্রিকেটত দপ্দপাই থাকিলেও ইংলেণ্ডৰ যুৱ বেগী বলাৰ জ’ফ্রা আর্চাৰক বিশ্বৰ শ্রেষ্ঠ বেগী বলাৰ আখ্যা দিছে ৱেষ্ট ইণ্ডিজৰ একালৰ দুর্ধর্ষ…

টি–২০লৈ সাজু ভাৰত–ৱেষ্ট ইণ্ডিজ

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া প্রথম টি–২০ৰ বাবে  হায়দৰাবাদত কঠোৰ অনুশীলনত অংশ লয় ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ খেলুৱৈসকলে৷ অহা বর্ষত অষ্ট্রেলিয়াত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি দুয়োটা দলে…

লাৰাৰ অভিলেখ ভঙাৰ সপোন ৱার্নাৰৰ

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি বেটছমেন ব্রায়ান লাৰাৰ ৪০০ ৰানৰ অভিলেখ ভংগৰ সপোন পুহি ৰাখিছে অষ্ট্রেলিয়াৰ বিস্ফোৰক অ’পেনাৰ ডেভিদ ৱার্নাৰে৷ শেহতীয়াকৈ পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত অপৰাজিত ৩৩৫ ৰানৰ মাৰাথন ইনিংছ খেলা…

উৎকোচৰ অডিঅ’–ভিডিঅ’ই জোকাৰিছে ৰাজ্য

নিয়মীয়া বার্তা, ৫ ডিচেম্বৰঃ ৰাজ্যত শাসনভাৰ গ্রহণ কৰিয়েই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে দুর্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি ইতিমধ্যে বহুতো দুর্নীতিগ্রস্ত বিষয়–কর্মচাৰীক জে’ল–হাজোতলৈ প্রেৰণ কৰিছে যদিও বর্তমানেও একাংশ…

চলিত বিত্তীয় বর্ষতে প্রাদেশিকীকৰণ হ’ব ২,৫১৫ ভেন্সাৰ শিক্ষকৰ চাকৰি

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ অচিৰেই প্রাদশিকীকৰণ হ’ব ভেন্সাৰ শিক্ষানুষ্ঠান ৷ চলিত বিত্তীয় বর্ষতে ২,৫১৫টা ভেন্সাৰ শিক্ষকৰ চাকৰি প্রাদেশিকীকৰণ হ’ব ৷ ইয়াৰ বাবে পৰিপূৰক দাবী মঞ্জুৰীৰ প্রয়োজনীয় পুঁজিও আবণ্টন দিয়া হৈছে ৷ বুধবাৰে সদনত এই কথা…

আন্তর্জাতিক ক্রিকেটত ৪০০ ছিক্সাৰৰ অভিলেখৰ দিশে ৰোহিত

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অহা শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া প্রথম টি–২০ত এক বিৰল অভিলেখে অপেক্ষা কৰিছে টীম ইণ্ডিয়াৰ অ’পেনাৰ ৰোহিত শর্মাৰ বাবে৷ আন্তঃৰাষ্ট্রীয় ক্রিকেটত ৪০০ ছিক্সাৰৰ ক্লাবত প্রৱেশ কৰিবলৈ তাৰকাগৰাকীক এতিয়া…

সাহিত্য সভাৰ নির্বাচনঃ আজি ‘ছীল’ কৰা হ’ল বেলট বাকচ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ ২০২০–২২ বর্ষৰ নির্বাচনৰ সভাপতি, উপ–সভাপতি আৰু প্রধান সম্পাদক পদৰ ভোটাদান পর্ব ইতিমধ্যে শেষ হৈছে ৷ ইপিনে বৃহস্পতিবাৰে পুৱা ১০ বজাত গুৱাহাটীৰ মেঘদূত ভৱনৰ জি পি অ’ত সংস্থাপিত ভোট বাকচটো সংবাদ…

স্মার্টচিটীৰ ৭ আঁচনি ৰূপায়ণত ব্যর্থ জিএমডিএ

নিয়মীয়া বাৰ্তা,৫ ডিচেম্বৰঃ কেন্দ্রীয় চৰকাৰৰ স্মার্টচিটীৰ প্রথমখন তালিকাত ১৭ নম্বৰ স্থানত অন্তর্ভুক্ত হোৱা গুৱাহাটী মহানগৰীত স্মার্টচিটী আঁচনিখন ৰূপায়ণত সম্পূর্ণ ৰূপে ব্যর্থ হৈছে জি এম ডি এ আৰু গুৱাহাটী স্মার্টচিটী লিমিটেড ৷ গুৱাহাটী মহানগৰ…