নিৰৱ মোডীক আৰ্থিক অপৰাধী ঘোষণা। জব্দ কৰা হ’ব সকলো সম্পত্তি
নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ পঞ্জাৱ নেচেনেল বেংকৰ ধন জালিয়াতিৰ গোচৰত অভিযুক্ত লগতে দেশ এৰি পলায়ন কৰা হীৰা ব্যৱসায়ী নিৰৱ মোডীক আৰ্থিক অপৰাধী ঘোষণা কৰা হৈছে। লগতে মোডীৰ সকলো সম্পত্তি অচিৰেই জব্দ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হ'ব। পাঞ্জাৱ নেচেনেল…