নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত ইন’ভাৰ খুন্দাত নিহত এজন লোক

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ ৰাজ্যত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে দুৰ্ঘটনাৰ ঘটনা। প্ৰতিদিনেই দুৰ্ঘটনাৰ ফলত মৃত্যু হৈছে নিৰীহ লোকৰ। মৰিগাঁৱৰ ভলৌগুৰিতো ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ইন’ভাৰ খুন্দাত নিহত এজন লোক। থিতাতে নিহত লোকজনৰ নাম জামাৰুল ইছলাম। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলাই যায় ইনভাখনৰ চালক। দুৰ্ঘটনা সংঘটিত কৰা ইনভাখনৰ নম্বৰ AS-02W-7879

You might also like