নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমুখ সমৰত হাতী আৰু মানুহ

মানুহে খেদিছে হাতী, হাতীয়ে চোঁচা লৈছে মানুহলৈ

নুমলীগড়ঃ সমুখ সমৰত হাতী আৰু মানুহ। নুমলীগড়ৰ মৰঙী মৌজাত অব্য়াহত হাতী-মানুহৰ সংঘাত। এটা বৃহৎ বন্যহস্তীৰ জাকে অৱস্থান কৰিছে মৰঙী চাহ বাগিচাৰ মাজত। দীৰ্ঘদিন ধৰি অঞ্চলটোত হাতীৰ জাকে চলাই আহিছে উপদ্ৰৱ। হাতীৰ উপদ্ৰৱত অতিষ্ঠ নুমলীগড়ৰ মৰঙীবাসী। খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোক খেদি পঠোৱাত ব্যৰ্থ  বনবিভাগ। বনবিভাগৰ বিৰুদ্ধে নিৰ্লিপ্ততাৰ অভিযোগ স্থানীয় ৰাইজৰ।

You might also like