নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপৰ সভাপতি পদত অতুল বৰা-কাৰ্যকৰী সভাপতি পদত কেশৱ মহন্ত নিৰ্বাচিত

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ দ্বাদশ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন। উক্ত অধিৱেশনত সৰ্বসন্মতিক্ৰমে অতুল বৰাক দলৰ সভাপতি আৰু কেশৱ মহন্তক কাৰ্যকৰী সভাপতি হিচাবে দায়িত্ব অৰ্পণ কৰা হয়।

You might also like