নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিতৰ্কিত শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পণ

বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰঃ

👉অৱশেষত গ্ৰেপ্তাৰ পলাতক এএছপি শুভলক্ষ্মী দত্ত।

👉বনকৰা মহিলাক নিৰ্যাতনৰ গোচৰত অভিযুক্ত এইগৰাকী শুভলক্ষ্মী দত্ত।

👉শিৱসাগৰ আৰক্ষীৰ জালত বনকৰা মহিলাক নিৰ্যাতনৰ গোচৰত অভিযুক্ত শুভলক্ষ্মী দত্ত।

👉শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শুভলক্ষ্মী দত্তক।

👉আত্মসমৰ্পণৰ পাছতেই গ্ৰেপ্তাৰ কৰা হয় ASP শুভলক্ষ্মী দত্তক।

You might also like