নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক’ৰোনাত আক্ৰান্ত তৃতীয়জন চিকিৎসক

নিয়মীয়া বাৰ্তা, ২ জুনঃ ৰাজ্যত পুনৰ ক’ৰোনাত আক্ৰান্ত হ’ল এজন চিকিৎসক। শিঙিমাৰী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক দীপক চন্দ্ৰ দাস COVID পজিটিভ। শুৱালকুছি হাস্পতালৰ স্বাস্থ্য বিষয়া দীপক চন্দ্ৰ দাসে সঘনে পৰিদৰ্শন কৰিছিল শিঙিমাৰী ক’ভিড হাস্পতাল। ইতিমধ্যে চিকিৎসকজনক GMCHত ভৰ্তি কৰোৱা হৈছে। ডাঃ দীপক দাসৰ সংস্পৰ্শলৈ অহা লোকসকলক সন্ধাান্ত নামি পৰিছে স্বাস্থ্য বিভাগ।

You might also like