নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁইগাঁৱত আঠ অবৈধ স্বামীক আটক

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ গোসাইগাঁৱত আৰক্ষীৰ অভিযানত আঠ অবৈধ স্বামীক আটক। মহকুমাটোৰ বিভিন্ন এলেকাত যোৱানিশা আৰক্ষীয়ে অভিযান চলাই আটক কৰে আঠগৰাকী স্বামীক। ধৃত লোকসকল মহকুমাটোৰৰ গুৱাবাৰীৰ অৰিদুল হক, জমছেৰ আলী, আব্দুল হক, হাউৰীয়াপেট গাঁৱৰ মহৰুদ্দিন শ্বেখ শাহ আলম শ্বেখ, টকেয়ামাৰী গাঁৱৰ আবিদুল ইছলাম, মুছলমানপাৰা গাঁৱৰ মঃ হানিফ আলী, আৰু কুমগুৰি গাঁৱৰ তমছেৰ আলী।

প্ৰেৰক ৰুবুল পাঠক

You might also like