নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত ভিজিলেঞ্চৰ জালত আৰক্ষী বিষয়া-গৃহৰক্ষী জোৱান

নিয়মীয়া বাৰ্তা, ২৯ মেঃ

👉 বিলাসীপাৰাত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ আকস্মিক অভিযান।

👉 অভিযানত আটক বিলাসীপাৰা থানাৰ 2nd OC দেৱান ৰহিজ উদ্দিন আহমেদ আৰু অনিযুক্ত প্ৰাক্তন গৃহৰক্ষী জোৱান ছমেৰ আলীক।

👉 বিভিন্ন দুৰ্নীতিত লিপ্ত থকাৰ বাবে CM Vigilance আৰু Anti-Corruption-এ আটক কৰে আৰক্ষী বিষয়া আৰু গৃহৰক্ষী জোৱান ছমেৰ আলীক।

👉 লগতে পুৰণি কেছৰ বিলাসীপাৰা থানাৰ কেছ ডায়েৰী চিডি কল উচ্চ ন্যায়ালয়ত দিয়াৰ নামত আছামীৰ পৰা ৬ হাজাৰ টকা বিচাৰিছিল 2nd OC আৰক্ষী বিষয়া জনে।

You might also like