আজিৰ দিনটোৰ ৰাশিফল
আজিৰ দিনটোৰ ৰাশিফল
আজি ৫ জানুৱাৰী, পুহ মাহৰ ২০ তাৰিখ
বৃহস্পতিবাৰঃ তিথি–শুক্লা চতুর্দশী নক্ষত্রঃ মৃগশিৰা, যাত্রা ঃ নাই৷
মেষঃ উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ৷ দেহ ভাল বুলি ক’ব পাৰি৷ হেৰুওৱা সম্পদ পুনঃপ্রাপ্তি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷
বৃষঃ বৈষয়িক অৱস্থাৰ স্বপ্লাধিক উন্নতি সম্ভৱ৷ শিল্পীসকলৰ প্রাপ্য সন্মান লাভে আনন্দৰ কাৰকতা৷ পত্নীৰ লগত মত–বিৰোধ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪৷
মিথুনঃ অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে৷ কর্মসূত্রত ভ্রমণৰ যোগ৷ নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব৷ মনত হতাশা৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
কর্কটঃ পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনাগমন৷ বিদ্যাত শুভ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৭৷
সিংহঃ কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণত মনটো গধুৰ হ’ব পাৰে৷ শৰীৰ মধ্যম৷ প্রেমত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৫৷
কন্যাঃ ৰাজহুৱা কামত জড়িতসকলে সহানুভূতি লাভ কৰিব৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ দাম্পত্যত মতানৈক্য৷ বিদ্যাত জটিলতা শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩৷
তুলাঃ কর্মক্ষেত্রত শান্তিৰে কাম কৰিব পাৰিব৷ আর্থিকত ভালেই দেখা যায়৷ বিদ্যাত শুভ ফল৷ প্রেমত বুজাবুজি৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
বৃশ্চিকঃ আর্থিকত অসুবিধা পাব পাৰে৷ ফুৰা–চকাত সতর্ক হ’ব৷ বিদ্যাত বিশৃংখল৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷
ধনুঃ ব্যৱসায়ত লাভৰ কাৰকতা৷ সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ দাম্পত্যত শুভ ফল৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷
মকৰঃ চাকৰিয়ালসকলৰ বাবে দিনটো শুভ৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ প্রেমত বাধা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷
কুম্ভঃ পুৰণা মামলা–মোকর্দমাৰ নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ প্রেমত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ১৷
মীনঃ আর্থিকত উন্নতি৷ যোগাযোগ আদিত আশাপূর্ণ অগ্রগতি৷ মানসিক অৱস্থা বিশেষ ভালে নাযাব পাৰে৷ প্রেমত শুভ ফল৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷