নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃত্বৰ বোজা

অলপতে ছ’চিয়েল মিডিয়াত ভিডি’ৰ কিয়দংশ এটি ভাইৰেল হৈছিল৷ দৃশ্যটো চণ্ডীগডৰ ৰাজপথৰ৷ কোঁচত কেঁচুৱা লৈ কর্ত্ব্যত নিয়োজিত হৈছিল এগৰাকী মহিলা ড্রেফিক আৰক্ষী৷ মাতৃত্বকালীন ছুটী সমাপ্ত কৰি কিছুদিন আগেয়ে তেওঁ পুনৰ যোগদান কৰিছিল কর্মক্ষেত্রত৷ কর্ত্ব্যস্থল ঘৰৰ কাষতে নির্ধাৰণ কৰি দিবলৈ তেওঁ ওপৰ মহলত আবেদন কৰিছিল৷ সিদিনা ঘৰত কোনো নথকাৰ ােব মহিলা আৰক্ষীগৰাকীয়ে কর্ত্ব্যস্থলীলৈ আনিবলগীয়া হৈছিল পাঁচমহীয়া কেঁচুৱাটোক৷ আৰু এখন হাতত কেঁচুৱাটি লৈ তেওঁ যান–জঁট নিয়ন্ত্রণ কৰি আছিল৷ দৃশ্যটো সংবাদ শিৰোনামলৈও আহে৷ এইধৰণৰ দৃশ্য া ঘটনা এয়াই প্রথম নহয়৷ কোনোবা মহিলা কর্মচাৰীয়ে কেঁচুৱাটিক ঘৰত এৰিব নোৱাৰি কার্যালয়লৈ আনি মজিয়াত শুৱাই থোৱা অথ্বা ক’ৰ্বাত শ্রমিকৰ কাম কৰ্বিলৈ গৈ কোনো মহিলাই াটৰ কাষতে কেঁচুৱা থোৱা… এনেবোৰ দৃশ্য হু সময়তে আমি দেখ্বিলৈ পাওঁ৷ কিছুদিন বিষয়টো লৈ ৰকৈ চর্চা চলে, তাৰ পিছতে কথাবোৰ তল পৰে৷ এফালে মাতৃত্বৰ দায়িত্ব, আনপিনে ত্তিগত কর্ত্ব্য, দুয়োটাই সমানে চলাই নিয়া বিশেষ কিছুমান সময়ত কিমান যে কঠিন হৈ উঠে
গৃহস্থৰ ান্ধৱী এগৰাকীৰ কথা এইখিনিতে উনুকিয়াব বিচাৰিছোঁ৷ আমাৰ বিয়াৰ হু পিছতহে তেওঁৰ সৈতে চিনাকি হৈছিলোঁ৷ আচলতে সেই ান্ধৱী আৰু গৃহস্থৰ মাজত হুদিন যোগাযোগ নাছিল৷ স্কুল–কলেজ শেষ হোৱাৰ পিছত প্রায়বোৰ সহপাঠীৰ লক্ষ্য স্থান, কর্মস্থান েবলেগ েবলেগ হৈ উঠে আৰু সকলোৱে নিজৰ ৰাস্তাত স্ত হৈ পৰে৷ প্রত্যক্ষ যোগাযোগ কর্তন হ’লেও আজিকালি ছ’চিয়েল মিডিয়াৰ দান্যতাত কোনে ক’ত কিদৰে স্ত হৈ আছে সেইখিনি জানিব পৰা হৈ থাকে৷ কিন্তু এই ান্ধৱীগৰাকী ছ’চিয়েল মিডিয়াৰ পৰাও আঁতৰি থকা াবে তেওঁলোকৰ যোগাযোগ এক্বোৰে িবচ্ছিন্ন হোৱা যেন হৈছিল৷ তেনেতে হঠাৎ এদিন পুনৰ যোগাযোগ স্থাপন হোৱাত ৰ উল্লসিত হৈছিল দুয়ো৷ ান্ধৱীয়ে কেতিয়াবাই বিয়া পাতিলে, তেওঁলোকৰ সংসাৰত ৬–৭ছৰীয়া সন্তান এটিও আছে৷ আমাৰ সৈতেও নতুনকৈ ন্ধুত্ব গঢ়ি উঠিল, ফোনত কথা তৰা, অহা–যোৱা আৰম্ভ হ’ল৷ তাৰ মাজতে ান্ধৱীজনীয়ে কোৱা কথা এষাৰে প্রায়ে আমনি কৰে৷ উচ্চশিক্ষা সমাপ্ত কৰি কর্মসংস্থাপন বিচাৰি থাকোঁতেই হঠাৎ ঘৰৰ পছন্দৰ দৰা মিলাত িবয়াখন পাতি দিয়া হ’ল তেওঁৰ৷ অৱশ্যে তেওঁৰ অনিচ্ছাত নহয়৷ বিয়া পতাৰ পিছত কিবা এটা কৰাৰ চিন্তা কৰোঁতেই সন্তানসম্ভৱা হ’ল আৰু তাৰ পিছতে আহি পৰিল সন্তান প্রতিপালনৰ দায়িত্ব৷ ইপিনে তেওঁৰ গিৰীয়েকৰ চাকৰিৰ কর্ত্ব্যস্থলো ইয়াত–তাত সলনি হৈ থাকে৷ যি সময়ত ত্তিমুখী শিক্ষাৰে উচ্চশিক্ষিত লগৰ প্রায়বোৰ ন্ধু–বান্ধৱীয়ে চাকৰি া আন কর্মসংস্থাপনেৰে কেৰিয়াৰ গঢ়াত মনোনিৱেশ কৰিছিল, তেনে সময়ত সন্তান আৰু সংসাৰৰ দায়িত্বই ঘেৰি ধৰা ান্ধৱীক যথেষ্ট হতাশ কৰিছিল৷ ছ’চিয়েল মিডিয়াত ন্ধু–বান্ধৱীৰ চাকৰি লাভ, কেৰিয়াৰৰ ৰেখা উচ্চলৈ যোৱা খ্বৰবোৰ পাই তেওঁধিক মনোকষ্টত ভুগিবলৈ লৈছিল৷ আৰু এই হতাশা–দুশ্চিন্তাৰ পৰা মুক্তি পাবলৈ ছ’চিয়েল মিডিয়াৰ পৰা সম্পূর্ণৰূপে আঁতৰি অহাটোৱে একমাত্র উপায় হৈ উঠিছিল৷ হতাশাই আধৰুৱা কেৰিয়াৰ আৰু সংসাৰ–সন্তানৰ দায়িত্ব পালন, দুয়োটাতে প্রভাৱ পেলাব লি ভয় খাইছিল৷ যাৰ ােব সকলোকে ঠেলি তেওঁ কেৱল পলায়ন কৰিছিল৷ অৱশ্যে সন্তানটি ডাঙৰ হোৱাৰ পিছত এতিয়া নতুন চিন্তা–পৰিকল্পনাৰে নিজাকৈ কামত লাগিছে ান্ধৱী৷
কথাৰ মাজতে হু কথা মনলৈ আহে৷ অসমৰ াহিৰত থকা ন্ধু এজনৰ সৈতে কিছুদিন আগতে কথা হৈছিল৷ পঢ়াত যথেষ্ট চোকা ন্ধুৱে এতিয়াও ক্তিগত খণ্ডৰ প্রতিষ্ঠান এটিত কাম কৰি আছে৷ তেওঁৰ পত্নীও একেটা প্রতিষ্ঠানতে দায়িত্ববাহী পদবীত কর্মৰত৷ ক’ভিড পৰিস্থিতিৰ ােব তমানেও াহিৰৰ হু প্রতিষ্ঠানৰ কাম ঘৰৰ পৰাই চলি আছে৷ সেই সূত্রে ন্ধু আৰু ন্ধু–পত্নীয়েও কাম কৰিছে ঘৰৰ পৰাই৷ সন্তানসম্ভৱা ন্ধু–পত্নীৰ ােব এফালে সুবিধাই হৈছে৷ কিন্তু লাহে লাহে মনলৈ চিন্তাও আহিছে৷ লাহেকৈ কার্যালয় খুল্বি৷ ইপিনে অসমৰ াহিৰত সেই ঘৰখনত তেওঁলোক দুয়ো অকলে৷ সন্তানটি জন্মৰ সময়ত মাতৃত্বকালীন ছুটী পালেই যেন্বিা ছমাহৰ, কিন্তু তাৰ পিছত কৰ্বি কি? ছৰ সলনি নৌহওঁতেই আহিবলগীয়া সন্তানটিক ‘ক্রেছ’ত থ’ লাগিব অথ্বা গতাই থৈ যাব লাগিব কোনোবা ঘৰুৱা সহায়িকাৰ হাতত৷ সন্তানটিক তেনেদৰে থৈ কর্মক্ষেত্রত আগৰ দৰে মনোযোগ দ্বি পাৰিবনে? মনোযোগ দ্বি নোৱাৰিলে চাকৰিটো থাকিবনে? সন্তানৰ দায়িত্ব আৰু চাকৰিৰ মাজত যিকোনো এটা াছ্বিলগীয়াত পৰি লগৰ হুতে কেৰিয়াৰ আধাতে সামৰিছে৷ গতিকে অনাহূত চিন্তা নহয় এইেবাৰ৷
আমাৰ লগৰ আন এজনী ান্ধৱীয়ে গুৱাহাটীৰে সৰু প্রতিষ্ঠান এটিত কাম কৰি আছিল৷ কিন্তু অসংগঠিত প্রতিষ্ঠানটিত ছুটীৰ বিশেষ ৱস্থা তথা নীতি নিয়ম ধার্য নাছিল৷ সন্তান জন্মৰ সময়ত তাই চাকৰি াদ দ্বিলৈ াধ্য হৈছিল৷ তাৰ পিছত দীঘলীয়া সময়ৰ িবৰতি৷ এতিয়া সন্তানটি ৩–৪ ছৰীয়া হ’ল৷ সন্তানক ‘ক্রেছ’ত থোৱাৰ ৱস্থা কৰি আজি কিছুদিন আগতে পুনৰ নতুন প্রতিষ্ঠান এটিত যোগদান কৰিছে তাই৷ ইয়াতো ছুটীৰ একোৱে সা–সুবিধা নাই৷ কি প্রতিষ্ঠান ভালকৈ গম লোৱা নাই৷ মাত্র গম পালোঁ, যিদিনাই কর্মক্ষেত্রলৈ নাযায়, সিদিনাই দৰমহা কর্তন হয়৷ ইমান সীমাবদ্ধতাৰ মাজতো ৰ উৎসাহেৰে কামত মন দিছে কিন্তু তাই ৰাখ্বি পাৰিবনে চাকৰিটো
কাহিনীবোৰ কোনোবা এটা বিন্দুত সকলোৰে যেন মিলি যায়৷ যোৱা ছৰ আমাৰ ৰাজ্যৰে এটা সংবাদ প্রতিষ্ঠানে গর্ভৱতী অৱস্থাত সাংবাদিক এগৰাকীক চাকৰি এৰিবলৈ াধ্য কৰোৱা ঘটনাত কিছুদিন িবৰাট হৈ–চৈ হৈছিল৷ সেই সময়ত হুতো মহিলা সাংবাদিক তথা সংবাদ কর্মীয়ে সন্মুখীন হৈ অহা নিজৰ তিক্ত অভিজ্ঞতাৰ কথা ছ’চিয়েল মিডিয়াত প্রকাশ কৰা দেখিছিলোঁ৷ আচৰিত হৈছিলোঁ৷
আজিৰ আধুনিক সময়ত নিজৰ পৰিচয় গঢ়িবলৈ, অর্থনৈতিক স্বাধীনতা বিচাৰি, আত্মনির্ভৰশীল হ’ খুজি প্রতিটো ক্ষেত্রলৈ ওলাই আহিছে যুৱতী তথা মহিলাসকল৷ ফলস্বৰূপে কর্মক্ষেত্রত মহিলাৰ সংখ্যাও দ্ধি পাব ধৰিছে৷ যিয়ে দেশৰ প্রগতি আৰু সমাজৰ অগ্রগতিৰ ছবি এখনকে দাঙি ধৰে৷ তাৰ লগতে অর্থনৈতিক দিশতো আশাবঞ্জ্যক বার্তা কঢ়িয়াইছে৷ নাৰী সমাজে প্রতিপন্ন কৰ্বি পাৰিছে যে তেওঁলোক ক’তোৱে পিছ পৰি থকা নাই৷ ত্তিমুখী চাকৰিতো শীর্ষ পর্যায়লৈ গৈ গুৰুদায়িত্ব লৈছে তেওঁলোকে৷ কিন্তু ইয়াৰ সমান্তৰালকৈ মাতৃত্বৰ দায়িত্ব পালন কৰ্বিলৈ গৈ কর্মক্ষেত্রত প্রত্যাহ্বানৰ সম্মুখীন হ’লগীয়া হৈছে হু মহিলা৷ জীৱন সকলোৰে াবে জটিল, কিন্তু এগৰাকী চাকৰিয়াল মাকৰ জীৱন তাতোকৈ কঠিন৷ বিশেষকৈ ক্তিগত খণ্ডৰ ত্তিমুখী চাকৰিত নিজকে প্রতিদিনে প্রস্তুত কৰি ৰাখিব লাগে প্রতিজন বিষয়া–কর্মচাৰীয়ে৷ তাতেই যেতিয়া সন্তানৰ লালন–পালনৰ দায়িত্ব আহি পৰে, তেতিয়াই যেন হু মহিলা থমকি ৰ’ব লাগে হু প্রতিষ্ঠানৰ মাতৃত্বৰ দায়িত্বৰ প্রতি সদয় ভাব তথা গভীৰনুভৱ নথকাৰ াবে একান্ত নিষ্ঠা আৰু দক্ষতাৰে কাম কৰা মহিলা কর্মচাৰীকো বিভিন্ন অজুহাতত চাকৰি ত্যাগ কৰিবলৈ াধ্য কৰায় মুহূর্তৰ ভিতৰতে৷ মাতৃত্বৰ দায়িত্ব অহাৰ পিছতে মহিলা এগৰাকীয়ে এনেদৰে ৰৈ দ্বিলগীয়া হোৱাটো মহিলাৰ জীৱনৰ এক বিৰাট ড্রেজেডী হৈ পৰিছে এই সময়ত৷ চৰকাৰী চাকৰিৰ ক্ষেত্রত মাতৃত্বকালীন ছুটী, সন্তান যতনৰ ছুটী, দৰমহা অবিহনে ছুটী, অন্যান্য ছুটীৰ নিয়মমাফিক ৱস্থা থকাত ক্তিগত খণ্ডৰ তুলনাত মহিলা কর্মচাৰীয়ে কমকৈ সংশয় কঢ়িয়াব লাগে৷ ক্তিগত খণ্ডৰ ক্ষেত্রতো চৰকাৰীভাৱে নিয়ম ান্ধি দিয়া হৈছে যদিও সেইবোৰ কিমান দূৰ কার্যকৰী হৈছে সেয়াহে বিচার্যৰ বিষয় হৈ ৰৈছে৷ মাতৃকালীন আইন সংশোধনেৰে চৰকাৰে ১০জন া তাতকৈ বেছি কর্মচাৰী থকা প্রতিটো কর্মক্ষেত্রতে মাতৃত্বকালীন ছুটী ১২ সপ্তাহৰ পৰা ২৬ সপ্তাহলৈ দ্ধি কৰাৰ নির্দেশ দিছে৷ কণমানি সন্তানক এৰি কর্মক্ষেত্রলৈ আহিবলগীয়া হোৱাতো কিমান চিন্তনীয়, সেই বিষয়ত নজৰ দি ৫০গৰাকী া তাতকৈ বেছি কর্মচাৰী থকা প্রতিটো প্রতিষ্ঠানৰ চৌহদত া ৫০০ মিটাৰ াসার্ধৰ ভিতৰত ‘ক্রেছ’ থকাটো াধ্যতামূলক লি আন এক নির্দেশনাও দিছিল৷ কর্মচাৰী এগৰাকীয়ে মাতৃত্বকালীন ছুটী সমাপ্ত কৰি পুনৰ যোগদানৰ নিশ্চয়তাৰ ক্ষেত্রতো নির্দেশনা জাৰি হৈছে৷ কিন্তু কিমান প্রতিষ্ঠানত সেইেবাৰ কার্যকৰী হৈছে? এটা ডাঙৰ প্রশ্ণ৷
ক্তিগতভাৱে অনুভৱ কৰা আৰু অলপ কথা ইয়াতে উল্লেখ কৰিব বিচাৰিছোঁ৷ ঘৰৰ পৰা, আপোনজনৰ পৰা আঁতৰি থাকি কাৰনো ভাল লাগে তৎসত্ত্বেও প্রতিযোগিতামূলক এই সময়ত মানুহে কর্মসংস্থাপন বিচাৰি ঘৰৰ পৰা ওলাই আহি দূৰৈত থাকিবলগীয়া হৈছে৷ তেনেকৈ থাকিবলৈ াধ্য কৰিছে আজিৰ পৰিস্থিতিয়ে৷ যাৰ ফলত সৃষ্টি হৈছে একোটা ক্ষুদ্র পৰিয়ালৰ৷ এই পৰিয়ালত উদ্ভৱ হৈছে নতুন কিছুমান সমস্যাৰ৷ উদাহৰণস্বৰূপে সন্তান লালন–পালনৰ ক্ষেত্রতে এনেেবাৰ পৰিয়ালে হৎ প্রত্যাহ্বানৰ মুখামুখি হৈছে৷ যি সমস্যা আগৰ যৌথ পৰিয়ালত হয়তো নাছিল৷ পৰিয়ালৰ সদস্য কম হোৱাত কত ভয়–শংকাৰ মাজতে সন্তানটিক আনৰ হাতত তুলি দিছে অথ্বা মাক–দেউতাকৰ কোনো এজনে নিজৰ কেৰিয়াৰ, চাকৰি আধাতে এৰ্বিলগীয়াত পৰিছে৷ সেই হতাশাত অনাহক জোৰ াঢ়িছে৷ আমাৰ চৌপাশে এবাৰ চকু ফুৰালে মাক এগৰাকীয়ে আধাতে চাকৰি সামৰা া দীঘলীয়া িবৰতি লৈ আকৌ নতুনকৈ সকলোেবাৰ আৰম্ভ কৰা সৰহকৈ দেখা পাওঁ৷ কাৰণ ভ্রূণ এটি গর্ভত কঢ়িওৱাৰ পৰা দুগ্ধ পান কৰোৱালৈ মাকৰ দায়িত্বই সন্তানৰ ক্ষেত্রত অপৰিসীম৷ সেয়েতো মাতৃৰ সৈতে আন একোৰে তুলনা নহয়৷ গতিকে কর্মক্ষেত্রত মাতৃ এগৰাকীয়ে পাবলগীয়া আটাইখিনি সা–সুবিধা কার্যকৰী হ’ লাগে৷ ইয়াত চৰকাৰ–প্রশাসনেও কাঢ়া নজৰ ৰাখ্বি লাগে আৰু মহিলাৰ অধিকাৰৰ ােব যুঁজ দি অহা সংগঠনবোৰেও সষ্টম হোৱাটো অতিকৈ প্রয়োজনীয় হৈ উঠিছে৷ আজিকালি হুতো প্রতিষ্ঠানে মাতৃত্বক উদগনি দ্বিলৈ িবভিন্ন কার্যৱলী গ্রহণ কৰিছে৷ সেই ৈবপৰীত্যৰ পৰিসৰ প্রতিটো স্তৰতে বিস্তাৰ হ’লেহে মহিলা এগৰাকী আগুৱাই যাব পাৰ্বি আৰু মানুহৰ সফলতাৰ নতুন এক অধ্যায়ৰ সূচনা হ’৷

You might also like