ক’ডিঙৰ সংজ্ঞা আৰু আপোনাৰ সন্তানৰ ক্ষেত্রত ইয়াৰ প্রয়োজনীয়তা…
ক’ডিং হৈছে ডিজিটেল যুগৰ এক মৌলিক সাক্ষৰতা৷ তমান প্রযুক্তিবিদ্যাৰ এই যুগত আমি হয়তো টাইম ড্রেভেল কৰ্বি পৰা নাই, উৰ্বি পৰা নাই, কিন্তু হাতেৰে নোচোৱাকৈ া কোনো ঠাইলৈ সোঁশৰীৰে নোযোৱাকৈয়ে অজস্র কাম কৰ্বি পৰা হৈছোঁ৷ হাতেৰে নোচোৱাকৈ ৰিম’ট কণ্ড্র’লৰ যোগদি বিভিন্ন সঁজুলি া সা–সৰঞ্জাম চলাব পৰা হৈছোঁ৷
মাত্র মৌখিক নির্দেশৰ যোগেদি ‘এলেক্সা’ ভণ্টীক ‘হাই এলেক্সা’(Hi Alexa) লি কৈ আৰু ‘গুগল’ ভাইটিক ‘অ’কে’(Ok Google) লি কৈ ফোনকল কৰাৰ পৰা আৰম্ভ কৰি, গান শুনা, ঘৰৰ লাইট–ফেন অন–ফ কৰা, ঘৰৰ দুৱাৰ লক–আনলক কৰা ইত্যাদি অজস্র কাম কৰ্বি পৰা হৈছোঁ৷ এই সকলোেবাৰ সম্ভৱ হৈছে কম্পিউটাৰাইজড ইন্ষ্ট্রাকচনৰ ােব আৰু এই ইন্ষ্ট্রাকচনৰ ভাষােবাৰেই হৈছে প্রগ্রামিং া ক’ডিং৷
প্রকৃততে প্রগ্রামিং হৈছে ক’ডিঙৰ উচ্চস্তৰ, যি কম্পিউটাৰটোক কাম কৰ্বিৰ অনুমতি দিয়াৰ ােব সৃষ্টি কৰা হুতো নির্দেশনাৰ সমষ্টি set of codes together.
সহজ ভাষাত ক’লৈ গ’লে ক’ডিং হৈছে, কম্পিউটাৰটোৱে জ্বি পৰা ভাষাত মানেMachine Language–ত আমাৰ নির্দেশেবাৰ সুমুৱাই দিয়া, যাতে কম্পিউটাৰটোৱে আমি বিচৰা ধৰণে কামটো সম্পাদন কৰ্বি পাৰে৷
শিশুৰ ােব ক’ডিঙৰ প্রয়োজনীয়তা কিমান ঃ
আজিৰ শিশুৰ ােব তেওঁলোকৰ চৌপাশে বিয়পি থকা প্রযুক্তিৰ সৈতে কাম কৰা আৰু জ্বিলৈ সক্ষম হোৱাটো অত্যন্ত গুৰুত্বপূর্ণ৷ কম য়সতে সন্তানে ক’ডিং শিকিলে তেওঁলোকক ভৱিষ্যতৰ ােব প্রস্তুত কৰে৷ ক’ডিঙে শিশুসকলক যোগাযোগ(Communication), সৃষ্টিশীলতা(Creativity), গণিত(Mathematics), লিখা(Writing) আৰু আত্মবিশ্বাস(Confidence) দ্ধি কৰাত সহায় কৰে৷
এই ধৰণে প্রায় সকলোৱে কয়, ইণ্টাৰনেটত খুঁচৰিলেও এনেকৈয়ে পাব৷ কিন্তু প্রকৃত তথ্যটো কি…?
Advantages of Coding :
n Coding can improve Problem Solving Skills (সমস্যা সমাধানৰ সক্ষমতা) & Critical Thinking (তত্ত্বগধুৰ চিন্তাধাৰা)
n It can improve Logical Thinking (যুক্তিযুক্ত চিন্তাধাৰা),Sequential Thinking (প্রণালীবদ্ধ চিন্তাধাৰা)& Computational Thinking (গণনামূলক চিন্তাধাৰা)
n It can also improve Communication Skills
n Coding helps in learning, To anticipate and avoid problems (সমস্যা পূবানুমান কৰ্বি পৰা আৰু এৰাই চল্বি পৰা সক্ষমতা)
n Coding helps to Learn Perseverance (অর্থাৎ াৰে াৰে বিফল হোৱাৰ পিছতো সফলতা লাভ কৰ্বিলৈ কৰি থকা নেৰানেপেৰা চেষ্টা)
n Coding helps in becoming Creative
n Coding might help in thinking Out of the Box
Disadvantages of Coding :
Coding is not such a skill which can’t be avoided because Technology is very fast changing…মনত ৰাখ্বি ক’ডিঙৰ অবিহনেও আপোনাৰ সন্তান জীৱনত সফল হ’ পাৰ্বি৷ প্রয়োজন মাথোঁ সন্তানটোৱে নিজক জি পোৱা া নিজৰ মাজত থকা প্রতিভাৰ চিনাক্তকৰণ কৰ্বি পৰা সক্ষমতাৰ৷ এইক্ষেত্রত আপোনাৰ মানে অভিভাৱকৰ সময়োপযোগী সহযোগৰ অতি আৱশ্যক, কাৰণ সকলো সন্তানে কম য়সতে নিজক জি পোৱাৰ সক্ষমতা অর্জন নকৰে৷ প্রয়োজন আপোনাৰ অভিজ্ঞ তত্ত্বাৱধানৰ া দিকদর্শনৰ৷
Kids need to be Kids, instead of glued to a screen even after regular Online School Classes, only for Coding is not at all advisable. Instead they should enjoy the real world, nature, play games, physical activities, swimming, running, martial arts etc. which will help them develop their whole body as well as mind. হয় শিশুক সদায় শিশু হৈয়েই থাক্বি দিয়ক তাক ৰ’’টৰ দৰে পাৰফেক্ট কৰি তোলাৰ প্রয়োজন নাই৷ শৈশৱ কালতে প্রকৃতিৰ মাজত উমলি ফুৰ্বিলৈ দিয়াটোহে দৰকাৰী৷ এটা কথা চাগে আমি সকলোৱে জানো যে হঁাহি–ফূর্তিৰ মাজেৰে একাগ্রতা দ্ধিৰ এটা খুব সুন্দৰ অৱসৰ বিনোদন হ’ল ৰশী েবাৱা৷ সেয়ে এই অভিজ্ঞতাৰো সোৱাদ শিশুৱে লোৱা উচিত৷
Across the World Programming need is declining day by day due to an increase in Coding Softwares that removes the necessity for coders. কম্পিউটাৰ ইঞ্জিনীয়াৰৰ া কম্পিউটাৰ শিক্ষাৰ প্রয়োজনীয়তা কোনেও নুই কৰ্বি নোৱাৰে া কেতিয়াও হয়তো কমি নাযায়, কিন্তু নিত্য নতুন ক’ডিং ছফ্টৱেৰেবাৰৰ ােব ক’ডাৰৰ প্রয়োজনীয়তা কমি যোৱাৰ সম্ভাৱনা এক্বোৰে নথকা নহয়৷ মানে প্রত্যেকটো শিশু বিল গেটছ া জুকাৰ্বার্গ হোৱাটো ইমান সহজ নহয়৷
ক’ডিং শিকাৰ সঠিক য়স কি…?
৫…৬…৭…৮…৯…১০…১১…১২…?????
এক্বোৰে নহয়৷ কডিঙৰ দৰে স্কিল শিকাৰ প্রকৃততে কোনো নির্দিষ্ট য়স নাথাকে৷ ক’ডিঙত আগ্রহ তেনে শিশুৰ হ’, যি েবছি সময় কম্পিউটাৰৰ লগত অত্বিাহিত কৰে আৰু তাৰ ফলস্বৰূপে তেনে শিশুৰ কম্পিউটাৰ গেমছ ইত্যাদিৰ প্রতি আগ্রহ দ্ধি হয়৷
যেতিয়া এনে এজন গেমাৰ শিশুৱে ভাবে যে তেওঁ নিজৰ গেম নিজে নাব পাৰে া তেওঁ এনে কিছুমান প্রগ্রাম নাব পাৰে, যি তেওঁৰ ন্ধুবর্গক আমোদ দ্বি, ঠিক তেতিয়াই এটি শিশু ক’ডিং শিক্বিৰ ােব উপযুক্ত হয়৷ অর্থাৎ ক’ডিং শিকাৰ কোনো নির্দিষ্ট য়স নাই, ঠিক যিদৰে সাঁতোৰ া মার্চিয়েল আর্টছ শিকাৰ কোনো নির্দিষ্ট য়স নাই৷ যেতিয়াৰে পৰা আগ্রহ জন্মে তেতিয়াৰে পৰা আৰম্ভ কৰ্বি পাৰে৷
কম্পিউটাৰৰ লগত অধিক সময় দিয়া শিশুটোৰ কাৰণেহে ক’ডিং, আৰু তাতোকৈও ডাঙৰ কথাটো হ’ল ক’ডিং কৰাটো কম্পিউটাৰত গেম খেলাৰ দৰেই ভীষণ এন্গেজিং৷ এতিয়া আপুনিয়ে ভাবি চাওক ‘কম য়সতে কম্পিউটাৰৰ লগত অধিক সময় স্ত থকাটো কিমান দূৰ সমীচীন?’
কাৰণ আমি জানো যে কম য়সৰ শিশুক যিকোনো ধৰণৰ স্ক্রীনৰ পৰা যিমান পৰা যায় আঁতৰাই ৰখা উচিত৷ অন্যথা শিশুৰ চকু আৰু মগজুৰ ওপৰত বিৰূপ প্রভাৱ পৰে লি বিশেষজ্ঞ া শিশু চিকিৎসকসকলে কয়৷ তেনেস্থলত কম য়সতে ক’ডিঙৰ প্রয়োজনীয়তা আছে লি ময়ো নাভােবাঁ৷
মোৰ দৃষ্টিতReasoning, Logical Thinking, Mathematical Ability আদি কোনো ধৰণৰ স্ক্রীনৰ ৱহাৰ নকৰাকৈ দ্ধি কৰ্বিলৈ সকলোতকৈ উপযোগী এক্টিভিটী হ’ল..SIP Abacus–ৰ শিক্ষা আৰু ইয়াত শিকোৱা েব্রইন জিম৷ যেতিয়া আপোনাৰ কম য়সীয়া সন্তানটোৱে ১০–২০ শাৰীৰ যোগ া বিয়োগ অংক ছেকেণ্ডৰ ভিতৰতে কৰি দেখুৱাব, অভাৱনীয় গতিত পূৰণ া হৰণ কৰি দেখুৱাব, তেতিয়া হয়তো আপুনিও আচৰিত হৈ যাব৷ দৈনিক অনুশীলনে তেওঁলোকৰ নিয়মানুৱর্তিতা, একাগ্রতা, মগজুৰ সক্ষমতা, অংক কৰাৰ দক্ষতাৰ লগতে আত্মবিশ্বাসো দ্ধি কৰে৷
মোৰ কথা বিশ্বাস নহ’লে ইয়াৰ বিষয়েYouTube–ত ভিডি’ চাব পাৰে আৰু তেওঁলোকৰ ৱ্বেছাইটো চাব পাৰে৷
শেষত কৈ থওঁ মোক আকৌSIP Abacusৰ ফালৰ পৰা কোনো ধৰণৰ টকা–পইচা দিয়া নাই৷ নিজৰ ডাঙৰটো ল’ৰাক এডমিছন দিয়াৰ পিছত হোৱা অভিজ্ঞতাৰ ভিত্তিতহে কৈছোঁ৷
ভাৰতৰ নতুন শিক্ষা নীতি(National Education Policy) মতে ছাত্র–ছাত্রীসকলক ক’ডিং বিষয়টো াছি লোৱাৰ সুবিধা দিয়া হৈছে ষষ্ঠমান শ্রেণী(Class 6)ৰ পৰা অর্থাৎ ১২ ছৰ য়সৰ পৰা৷
Whitehat Junior, Robogarden, CodeMonkey, Q-in- CodeQ, Codakid আদি কৰি অসংখ্য কোম্পানী খাপ পিটি হি আছে যে আপুনি ক’ডিঙৰ সপক্ষে সিদ্ধান্ত ল’ আৰু তেওঁলোকে আপোনাক নিজৰ নিজৰ প্রডাক্ট বিক্রী কৰ্বি আৰু আপোনালোকৰ সন্তান জুকাৰ্বার্গ অথ্বা বিল গেটছৰ সমকক্ষ হ’ লি আপোনাক পতিয়ন নিয়াব৷
এতিয়া আপোনাৰ সন্তানক ক’ডিং শিক্ষা দিয়াৰ ক্ষেত্রত সঠিক সিদ্ধান্ত লোৱাটো আপোনাৰ দায়িত্ব