নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Programming শিকাৰ ফলত মগজুৰLogical Reasoning আৰুProblem Solving ক্ষমতা বাঢ়ে

-জ্যোতির্ময় বৰুৱা

‘ভাষা’– শব্দ, বাক্য গঠন আৰু ব্যাকৰণৰ এটা অতিকৈ কঠিন প্রণালী৷ যিটো অধিকাংশ মানুহৰ বাবে স্বতঃস্ফূর্তভাৱে আর্জিত এটা বিদ্যা৷ জন্মৰ পিছৰে পৰা ভাষা এটা শিকাৰ আগতে শাৰীৰিক ভংগিমাৰ দ্বাৰা আমি মনৰ ভাব প্রকাশ কৰ্বিলৈ শিকোঁ৷ বয়স বাঢ়ি অহাৰ লগে লগে শব্দবোৰক গঢ়ি–পিটি মনৰ গভীৰ ভাবেবাৰ ভাষাৰ ৰূপত, কঠিন বাক্যৰ ৰূপত প্রকাশ কৰ্বিলৈ শিকোঁ৷ ভাষাই আমাৰ দৈনন্দিন জীৱনৰ অলেখ অযুত কাম কিমান সহজ আৰু সৰল কৰি তোলে হয়তো আমি অনুভৱ নকৰোঁ৷ আজিৰ প্রসংগ Coding’ ঠিক এনেকুৱাই এটা প্রণালী৷

ধৰা হওক, আধুনিক প্রযুক্তি বিদ্যাৰ অৱদান এইComputer, পৰিকলন যন্ত্রটো এজন জীৱন্ত ব্যক্তি৷ আৰু ধৰা হওক, এই ব্যক্তিগৰাকীৰ সৈতে আপুনি চিনাকি হ’লৈ ওলাইছে৷ এই মানুহগৰাকীয়ে আৰু একমাত্র এই মানুহগৰাকীয়েহে আপোনাৰ কিছুমান কাম সম্পন্ন কৰ্বি পাৰে৷ এনেস্থলত আপোনাক চিনাকি হ’বলৈ, আপোনাৰ মনৰ ভাবেবাৰ প্রকাশ কৰ্বিলৈ, আপুনি বিচৰা ধৰণে কামেবাৰ সম্পন্ন কৰ্বিলৈ প্রয়োজন হ’ ভাষাৰ৷ গুৰুত্ব দিবলগীয়া অসুবিধাটো হৈছে যে‘Computer’ নামৰ এই ব্যক্তিগৰাকীয়ে আপোনাৰ ভাষা জি নাপায়৷ গতিকে তেওঁ বুজি পোৱাকৈ ভাষা এটা ৱহাৰ কৰিব লাগিব, যাৰ জৰিয়তে আপোনালোকে দুয়োজনে বার্তালাপ কৰিব পাৰে৷ এইComputer নামৰ ব্যক্তিগৰাকীয়ে সচৰাচৰ ব্যৱহূত ভাষা বুজি নাপায়৷ তেওঁৰ আছে কিছুমান নিজস্ব ভাষা, যাক কোৱা হয়‘Machine Code’ বা ‘Machine Language’৷Machine code দেখিবলৈ মানুহৰ বাবে শৃংখলাপূর্ণ, যুক্তিসংগত ভাষা নহয়, কিন্তুComputer-ৰ কাৰণে হয়৷Machine code-ত থকা প্রতিটো আখৰেComputer–ক কিছুমান নির্দিষ্ট কাম কৰিবলৈ আদেশ দিয়ে, যাক সাধাৰণতে‘Instruction’ লি কোৱা হয়৷Computer–ত এখন ফিল্ম চলে,virtual game খেলিলো অন্যComputer–ত কৰিব  পৰা যিকোনো কাম কৰিলেMouse আৰুKeyboard বা অন্যান্য  Input Device–ৰ জৰিয়তে কিছুমানInstruction দিওঁ৷ এইInstruction-েবাৰComputer–ৰMemory-ত, অর্থাৎComputer–ৰ স্মৃতিশক্তিত সাঁচি ৰখা হয়, যাক প্রয়োজন সাপেক্ষে ৱহাৰ কৰ্বি পাৰি৷ এনেকুৱাInstruction-ৰ একোটা সমষ্টিক‘Program’েবালে আৰু একোটাProgram–ৰ সমষ্টিকSoftware েবালে৷ এইSoftware-ৰ জৰিয়তে আমিComputer–ক আদেশ দিওঁ আৰুComputer–এ আমাৰ আদেশ মতে সকলো কাম সম্পন্ন কৰে৷Computer–ত ৱহাৰ কৰ্বি পাৰাকৈSoftware এটা গঢ়ি তুল্বিলৈ আমি ৱহাৰ কৰ্বিলগীয়াMachine Language–ৰ আন এটা ৰূপ হৈছে‘Programming Language’৷Programming Language ভিন্ন ধৰণৰ আছে৷ যেনেC, Python, JavaScript, Ruby, C++, Scala, Perl, PHP ইত্যাদি৷Programming Language–ৰ জৰিয়তেComputer–ৰ েবাধগম্য হোৱাকৈ লিখাInstruction–কে কোৱা হয়‘Programming’ া‘Coding’৷
এতিয়া সাধাৰণতে মনত জন্ম হোৱা এটা প্রশ্ণ হ’ল, এইProgramming াCoding–ৰ আমাৰ জীৱনত গুৰুত্ব কিমান? ইয়াৰ প্রয়োজনীয়তাই া কি? ইয়াৰ উত্তৰ অতিকৈ সৰল৷ আজিৰ দিনতProgramming-ৰ গুৰুত্ব অতিকৈ েবছি৷ সংগীত চর্চা, নৃত্য া চিত্র অংকন যেনেকৈ আজিকালি প্রতিটো শিশুৱে শিকে তেনেকৈProgramming-ও সময়ৰ লগে লগে অতিকৈ প্রয়োজনীয় বিদ্যা হৈ আহিছে৷ পুৱা চকু মেলাৰে পৰা হাতত তুলি লোৱাMobile Phone–টোৰ পৰা আৰম্ভ কৰি দিনটোত ৱহার্য নানান সঁজুলিকে সাঙুৰি ৰাতি বিছনাত উঠাৰ আগতেSwitch off কৰাSmart bulb-টোলৈ সকলোতেCoding জড়িত হৈ থাকে৷Programming শিকাৰ ফলত মগজুৰLogical Reasoning আৰুProblem Solving ক্ষমতা াঢ়ে৷ ইয়াৰ উপৰি তথ্য–প্রযুক্তিৰ দিনতProfessional Career–ৰ ােবও এটা নতুন াট মুকলি হয়৷ ইণ্টাৰনেটৰ সুবিধাৰ লগে লগে সৃষ্টি হোৱা নতুন নতুন সুযোগ–সুবিধাৰ এই সমুদ্রত দিনে দিনে ঢ়ি আহাPersonal Project াfreelance চাহিদাই এই কথাটো াৰে াৰে প্রমাণ কৰিছে৷
Programming Language শিকাবলৈ ক্তিগত আৰু চৰকাৰী ভিন্ন প্রতিষ্ঠান আগবাঢ়ি আহিছে৷ ভাৰত চৰকাৰে এইক্ষেত্রত যথেষ্ট অৰিহণা আগ্বঢ়াইছে৷ ৫ ছৰ য়সৰ পৰা জীৱনৰ যিকোনো স্তৰতProgramming শিক্বি পাৰি৷ ক্তিগত া চৰকাৰী প্রতিষ্ঠানসমূহত ১ মাহৰ পৰা ছৰজোৰা ডিপ্লোমা আৰু ডিগ্রী পাঠ্যক্রম বিনামূলীয়া আৰু কেতিয়াবা সামান্য ধনৰ বিনিময়ত শিকি ল’ পৰা যায়৷Programming in C, C++, Java, Web design and Development, DCA, PDCA, PGDCA ইত্যাদি সচৰাচৰ ৱহূত কিছুমান পাঠ্যক্রমৰ নাম৷ অনুষ্ঠানভেদে এই পাঠ্যক্রমসমূহৰ নামৰ কিছু সালসলনি ঘট্বি পাৰে৷ ভাৰত চৰকাৰৰ তৰফৰ পৰাSkill Developement-ৰ হুতো আঁচনি আগ্বঢ়াইছে, য’ত এনেকুৱা পাঠ্যক্রম সহজলভ্য৷ ইয়াৰ উপৰি চৰকাৰী–েবচৰকাৰী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহSelf Financing Course হিচাপে এনেকুৱা পাঠ্যক্রম উপলব্ধ৷ কেন্দ্রীয় চৰকাৰৰDOEACC (Department of Electronics and Accreditation of Computer Courses) অর্থা NIELIT (National Institute of Electronics and Information Technology)–ৰ শাখাসমূহত এনেকুৱা পাঠ্যক্রমৰ সুবিধা লাভ কৰ্বি পাৰ্বি৷

You might also like