নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলি বাহিনীয়ে মোৰ সপোন সাৰ্থক কৰিছেঃ লক্ষ্মণ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ অষ্ট্রেলিয়াত ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰি টীম ইণ্ডিয়াই মোৰ সপোন সার্থক কৰিছে৷ খেলি থকা সময়ত মই সদায় এই সপোন দেখি আছিলোঁ৷ বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলক প্রশংসা কৰি এই মন্তব্য আগবঢ়াইছে ভাৰতৰ প্রাক্তন মিডল অর্ডাৰ বেটছমেন ভি ভি এছ লক্ষ্মণে৷ তেওঁ কয় যে ভাৰতীয় ক্রিকেটৰ বাবে ২০১৯ বর্ষটো স্মৰণীয় হৈ ৰ’ব৷

You might also like