RCBৰ বিজয় পেৰেড-ত পদপিষ্ট হৈ ৭জনৰ মৃত্যু, মৃত্যুৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিজয় পেৰেড-ৰ সময়ত চিন্নাস্বামী ষ্টেডিয়ামৰ গেটৰ সমীপত হঠাতে হঠাৎ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।
এতিয়ালৈকে এই দুৰ্ঘটনাত ৭জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে, আনহাতে বহু লোক গুৰুতৰভাৱে আহত হৈছে। ১৮ বছৰৰ পাছত আৰ চি বিয়ে আই পি এলৰ ট্ৰফী জয় কৰাৰ উদযাপনৰ বাবে হাজাৰ হাজাৰ লোকে ষ্টেডিয়ামৰ গেটত উপস্থিত হৈ ভিতৰলৈ সোমাবলৈ চেষ্টা আৰম্ভ কৰে। ১৮ বছৰৰ পাছত আৰ চি বিয়ে আই পি এলৰ ট্ৰফী জয় কৰাৰ উদযাপনৰ বাবে মানুহে ষ্টেডিয়ামৰ ভিতৰলৈ সোমাবলৈ চেষ্টা আৰম্ভ কৰিলে।
উদযাপনৰ সময়ত ষ্টেডিয়ামৰ বাহিৰত আৰু ভিতৰত হঠাতে ৰাইজ অনিয়ন্ত্ৰিত হৈ পৰে। আৰক্ষীয়ে কান্ধত লৈ মানুহক উদ্ধাৰ কৰিছে। ১৮ বছৰৰ পাছত আৰ চি বিয়ে আই পি এলৰ ট্ৰফী জয় কৰাৰ উদযাপনৰ বাবে ষ্টেডিয়ামত প্ৰৱেশৰ চেষ্টা আৰম্ভ কৰিলে মানুহে। উদযাপনৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত আৰু বাহিৰত হঠাতে ৰাইজ অনিয়ন্ত্ৰিত হৈ পৰে।