নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় মহিলা দলত স্থান লাভ অসম কন্যা উমা চেত্রীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ অক্টোবৰঃ ভাৰতীয় মহিলা ক্রিকেট দলত স্থান লাভ অসম কন্যা উমা চেত্রীৰ৷ নিউজিলেণ্ডৰ বিপক্ষে খেলিবলগীয়া তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ বাবে ঘোষণা কৰা ১৬জনীয়া ভাৰতীয় দলটোত স্থান লাভ কৰিছে অসমৰ তাৰকা মহিলা ক্রিকেটাৰগৰাকীয়ে৷ ২৪ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া শৃংখলাটোত হৰমনপ্রীত কৌৰকে ভাৰতীয় দলটোৰ অধিনায়িকা হিচাপে নিযুক্তি দিয়া হৈছে৷ উল্লেখ্য যে শৃংখলাটোৰ আটাইকেইখন মেচ আহমেদাবাদত অনুষ্ঠিত হ’ব৷

You might also like