এসময়ত কংগ্ৰেছেও সমৰ্থন কৰিছিল CAA: অমিত শ্বাহ
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ CAAক লৈ সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে নাগৰিকত্ৱ সংশোধনী আইনক লৈ বিৰোধীয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে, আৰু এই আইনৰ দ্বাৰা সংখ্যালঘুসকল কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়।…