‘কা’ বিৰোধী হিংসা, অমিত শ্বাহৰ সকীয়নি
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ দেশৰ ৰাজধানী নতুন দিল্লীত 'কা' বিৰোধী আন্দোলনৰ সময়ত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিবলৈ উচটনি দিছে কংগ্ৰেছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদৰ নামত হিংসাক উচটাই থকা বুলি…