নাগৰিকত্ব সন্দর্ভত আইন প্রস্তুতৰ অধিকাৰ নাই বিধানসভাৰঃ আইনমন্ত্রী
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বলৱৎ নকৰাৰ প্রস্তাৱ কেৰালা বিধানসভাই গৃহীত কৰাৰ পিছতেই তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে কেন্দ্রীয় আইনমন্ত্রী ৰবিশংকৰ প্রসাদে৷ নাগৰিকত্ব সংশোধনী আইন প্রত্যাহাৰৰ দাবী জনাই কেৰালা চৰকাৰে প্রস্তাৱ…