অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বিৰোধিতা সুস্মিতা দেৱৰ
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ তীব্ৰ বিৰোধিতা সুস্মিতা দেৱৰ।কৰিমগঞ্জৰ এখন জনসভাত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে ৬নং দফা কাৰ্যকৰী হ'লে বঙালীসকলে ভাষা, চাকৰি নিৰাপত্তাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব। তীব্ৰ…