আন্দোলনৰ নামত হিংসাঃ আৰক্ষীয়ে মুকলি কৰিলে দুষ্কৃতিকাৰীৰ ফটোসম্বলিত প’ষ্টাৰ
নিয়মীয়া বার্তা, ২৩ ডিচেম্বৰঃ উত্তৰ প্ৰদেশত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্রতিবাদী আন্দোলনত হিংসাত্মক কার্যত লিপ্ত থকাসকলক চিনাক্ত কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ।
নাগৰিকত্ব আইনৰ বিৰুদ্ধে বিক্ষোভৰ সময়ত হিংসাত্মক কাৰ্যৰ নেতৃত্ব দিয়া লোকক…