কোকিলকণ্ঠী দীপালী বৰঠাকুৰৰ স্মৃতিত স্থাপন হ’ব সংগীত মহাবিদ্যালয়–সংগ্রহালয়
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ অসমৰ সমাজ জীৱনৰ এটা চিনাকি কণ্ঠ৷ যাৰ কণ্ঠৰে নিগৰিছিল ‘সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’, ‘সোণৰ খাৰু নালাগে মোক’, ‘চেনাই মই যাওঁ দেই’, ‘জোনধনে জোনালীতে’, ‘কোন সেই ৰূপৱতী যায়’ আদি বহু কালজয়ী গীত৷ প্রতিজন অসমীয়াৰ…